NORTHEAST NOW (Assamese)
অসম

চীজ খাওক, মেদবহুলতা ৰোধ কৰক, সুস্থ থাকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 6:34 pm
Cheese is beneficial in weight loss

চীজত থকা কনজুগেতেদ লিন’লেনিক এচিদ (CLA)এ মেদৰোধত সহায় কৰিব পাৰে বুলি কিছু গৱেষণাই কয়।

তথাপি অতিমাত্ৰা সকলোৰে বেয়া আৰু এই বাতৰি চিকিৎসকৰ পৰামৰ্শৰ বিকল্প নহয়।

চীজ প্ৰ’টিনৰ লগতে কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, জিংক, ছেলেনিয়ামৰ উৎস।

চীজ দাঁত আৰু হাঁড়ৰ কাৰণেও ভাল।

ইটালি, জাপান, গ্ৰীচৰ দীৰ্ঘজীৱনকালপ্ৰাপ্ত বহু অঞ্চলৰ খাদ্য তালিকাৰ চীজ অন্যতম খাদ্য।