NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2025 4:00 pm
মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয়।

জুইত কেইবাটাও বাসগৃহ ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়।

গান্ধীবস্তি তিনিআলিত সংঘটিত হৈছে এই অগ্নিকাণ্ড।