NORTHEAST NOW (Assamese)
অসম

ভাল খৱৰ! ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 23, 2021 6:16 pm
Alakesh Kalita

ৰাজ্যবাসীৰ লগতে তিতাবৰবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰৰ যুৱক অলকেশ কলিতাই।

Indian Space Research Organisation চমুকৈ ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা।

ভাৰতীয় মহাকাশ সংস্থাৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ যুৱক অলকেশ কলিতা।

Also Read: TikTok surpasses Google চলিত বছৰত আটাইতকৈ জনপ্ৰিয় ৱেবছাইট হিচাপে Google ক অতিক্ৰম TikTokৰ

তিতাবৰ মাজগাওঁৰ নিবাসী পৰাগ কলিতা আৰু বৰ্ণালী কলিতাৰ পুত্ৰ অলকেশ কলিতাই অহা ৮ জানুৱাৰীত চণ্ডীগড়ৰ SCLত ISRO ৰ বিজ্ঞানী হিচাপে যোগদান কৰিব।

অলকেশৰ এই সাফল্যত তিতাবৰবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসী আনন্দিত হৈছে।