NORTHEAST NOW (Assamese)

দেশৰ সৰ্বস্তৰত অগ্নিপথ বিৰোধী প্ৰতিবাদ; ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ: ফটো গেলেৰী

June 20, 2022 5:21 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত বাওঁ সংগঠন AISF, DYFI আৰু AIKS ৰ যুটীয়া উদ্যোগত অগ্নিপথ বিৰোধী প্ৰতিবাদ

 

 

 

দিল্লীত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ

 

হাওৰা ৰে’ল ষ্টেচনত প্ৰতিবাদকাৰীৰ অৱস্থান ধৰ্মঘট, নিৰাপত্তাৰক্ষী মোতায়েন

 

ভাৰত বন্ধৰ প্ৰভাৱত দিল্লী-গুৰগাঁও পথত ট্ৰেফিক জাম

 

বিহাৰৰ ৰাজপথত ভাৰত বন্ধৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ টহল

 

কংগ্ৰেছৰ অগ্নিপথ বাতিলৰ দাবীত সত্যাগ্ৰহ

Related News