NORTHEAST NOW (Assamese)
অসম

Video|| বৰাকত পৰমানন্দ, শিলচৰত শিল্পী দিৱস সাহিত্য সভাৰ

Posted by: অপৰ্ণা লস্কৰ January 17, 2019 10:07 pm
asom sahitya sabha

নাগৰিকত্ব বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত জনমতৰ স্পষ্ট পাৰ্থক্যই দেখা দিয়াৰ পৰতে বৃহস্পতিবাৰে শিলচৰত শিল্পী দিৱস আয়োজনেৰে সম্প্ৰীতিৰ বাণী বিতৰণ কৰে অসম সাহিত্য সভাই।

সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱন আৰু “ভাষা আৰু খিলঞ্জীয়াৰ” সংকট নামি অহা বুলি মন্তব্য কৰি তেওঁ কয় বৰাক আৰু ব্ৰহ্মপুত্ৰ মিলিয়েই অসম।

সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে বাংলাভাষীকে ধৰি সকলো ভাষা-ভাষীকে অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰা হৈছে বুলি জনাই।