NORTHEAST NOW (Assamese)

গুৱাহাটীৰ শিশুটিৰ বাবে ১০০ শতাংশই দায়ী, চৰকাৰ-বিভাগ আৰু আমি নিজে!

July 7, 2024 1:05 pm · পৰেশ মালাকাৰ

অবিনাশ হেৰাই গ’ল! আৰু কিমানৰ বাবে কাল হৈ পৰিব মহানগৰীৰ উন্মুক্ত নলা! মুখ্যমন্ত্ৰী মহোদয়! আৰু কিমানৰ বাবে উন্মুক্ত নলাসমূহ মৰণফান্দ হ’ব!

অবিনাশ নলাৰে উটি গ’ল! অবিনাশ আমাৰ নিকট আত্মীয় নহয়; কিন্তু কাইলৈ আপোনাৰ মোৰ ক্ষেত্ৰতো তেনে ঘটনা ঘটিলে? চৰকাৰৰ দায়িত্বজ্ঞানহীতাৰ বিৰুদ্ধে আমাৰ নিৰ্লিপ্ততাৰ সুযোগ ভালকৈয়ে লৈছে নেকি? চৰকাৰক জৱাবদিহি কৰাৰ সময় আহি পৰা নাই নে?

মুখ্য সম্পাদক পৰেশ মালাকাৰৰ বিশ্লেষণ এই ভিডিঅ’ত-

Related News