NORTHEAST NOW (Assamese)
Popular Stories

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2025 11:34 am
কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

পাইকান বনাঞ্চলত উত্তপ্ত পৰিস্থিতি।আজি আৰক্ষী আৰু উচ্ছেদিতৰ মাজত ভয়ংকৰ সংঘাত সংঘটিত হয়।

ইয়াৰ পাছতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে একাংশ উচ্ছেদিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে।

আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে একাংশ উচ্ছেদিত লোকে। শূন্যলৈ গুলী ফুটাই আৰক্ষী-বনকৰ্মীৰ লোকে কৰে আত্মৰক্ষা।

প্ৰশাসনৰ কামত বাধা প্ৰদান কৰে উচ্ছেদিত লোকে। যাৰ ফলত আৰক্ষীৰ আৰু উচ্ছেদিতৰ সংঘাতত এজন লোকে প্ৰাণ হেৰুৱায়।