দেশ সাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2024 8:40 pm সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত বৃ্হস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি আদালতে ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আদালতৰ ৰায় অনুসৰি, অহা ২৮ মাৰ্চলৈকে তদন্ত সংস্থাটোৰ জিম্মাত থাকিব আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকী। ← Previousমাতৃভক্তিঃ নিজ শৰীৰৰ ছালেৰে জোতা বনাই মাতৃক উপহাৰ… Next →IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান;… You may also like Popular Stories HSLC Result: আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল; ক’ত, কেনেকৈ চাব ৰিজাল্ট? আজি (২০ এপ্ৰিল,২০২৪) ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব ফলাফল। ছেবাই এক জাননী যোগে এই… এন ই নাও নিউজ, গুৱাহাটী · April 20, 2024 9:35 am অসম গোলাঘাটত কোভিড আতংক : দিনটোৰ ভিতৰত সৰ্বাধিক ৮ জন কোভিড ৰোগীৰ মৃত্যু বিশ্ব স্বাস্থ্য সংস্থাৰ আইচিএমআৰে ভাৰতবৰ্ষক সৰ্তক কৰিছে যে পৰৱৰ্তী ৭২ ঘন্টাত ভাৰতে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এই মূহুৰ্তত এই সৰ্তকবাণী সঁচা হ’বলৈ… মীনাক্ষী ফুকন · May 17, 2021 8:06 pm অসম নতুন কৰ’না ভাইৰাছৰ ক্ষেত্ৰত কাৰ্যকৰী নহ’বও পাৰে ভেকচিন! কি ক’লে বিজ্ঞানীয়ে? গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ সংহাৰ চলি আছে। সেইদৰে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। ইয়াৰম মাজতে বাতৰি প্ৰকাশ পাইছে যে কৰ’নাৰ ভেকচিন… এন ই নাও নিউজ · January 5, 2021 1:30 pm অসম প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ কোনো এখন সংবাদমেল সম্বোধন কৰিলে উদ্যোক্তাক বিষয়টোৰ ওপৰত নজনা কথা থাকিলে প্ৰশ্ন কৰাটো একোগৰাকী সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য। নিজৰ কৰ্তব্য আৰু দায়িত্ব… কল্পজ্যোতি শইকীয়া · January 17, 2021 8:31 pm