NORTHEAST NOW (Assamese)

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

June 7, 2025 6:14 pm · এন ই নাও নিউজ, গুৱাহাটী

বিজেপিৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা।

কনাড পুৰকায়স্থ হব অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী।

সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

খালী হোৱা দুখন আসনৰ এখন আসন অগপক এৰি দিছে বিজেপিয়ে।

কনাড পুৰকায়স্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ।

Related News