NORTHEAST NOW (Assamese)

অসম চৰকাৰত সালসলনি, কেশৱ মহন্তৰ পৰা স্বাস্থ্য দপ্তৰ কৰ্তন

June 18, 2024 3:47 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 18, 2024 4:03 pm

অসম চৰকাৰত কৰা হৈছে ব্যাপক সালসলনি৷কৰিমগঞ্জ লোকসভা সমষ্টিত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জয়লাভ কৰাৰ পাছতে দপ্তৰসমূহত কৰা হৈছে সলনি৷স্বাস্থ্য বিভাগ কেশৱ মহন্তৰ পৰা কৰ্তন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ কৰা হৈছে৷তদুপৰি কেশৱ মহন্তক আবকাৰী,পৰিবহন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷

Related News