NORTHEAST NOW (Assamese)
Popular Stories

কেমেৰাৰ সন্মুখলৈ আহিল বৰষাৰাণী বিষয়াৰ কন্যাঃ মৰমেৰে ওপচালে নেটিজেনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2024 8:12 pm

নৱবৰ্ষৰ প্ৰাকক্ষণত সমুখলৈ আহিল বৰষা ৰাণী বিষয়াৰ সন্তানৰ ফটো। বছৰৰ অন্তিম দিনটোজনপ্ৰিয় অসমীয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ইষ্টাগ্ৰামত আপলোড দিলে নিজৰ কণমানিগৰাকীৰ ফটো।

গুৱাহাটীৰ বিষয়া পৰিয়ালে কণমানিগৰাকীকেক কাটি নিজৰ ঘৰলৈ আদৰে

অৱশ্যে বৰষা ৰাণী বিষয়া বিষয়াই নিজৰ কণমানিগৰাকীৰ ফটো ঢাকি দিছে। এতিয়াও নিজৰ কণমানিগৰাকী সম্পূৰ্ণ ফটো ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই।

এই ফটোকেইখনত বিষয়া পৰিয়ালৰ প্ৰতিগৰাকী সদস্যকে দেখা পোৱা গৈছে। বৰষা ৰাণীপিতৃ অশোক কুমাৰ বিষয়াই কণমানি নাতিনীয়েক কোলাত লৈ থকা দেখা গৈছে। ফটোদেখা পোৱা গৈছে বৰষাৰ স্বামী ভাস্কৰ বৰুৱাকো

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৩ ডিচেম্বৰত বৰষা আৰু ভাস্কৰ জীৱনলৈ আহিছিল এগৰাকী মৰম লগা কন্যা