NORTHEAST NOW (Assamese)

Author: আবু নাছাৰ চাঈদ আহমদ

অভিমত

বিৰোধী-শূন্য গণতন্ত্ৰ

আমি সৰ্বসাধাৰণ নাগৰিকে যি অৰ্থত গণতন্ত্ৰৰ সংজ্ঞা বিচাৰি পাওঁ আৰু ইয়াৰ তাত্ত্বিক তথা প্রয়োগিক দিশসমূহৰ কথা যিদৰে বুজি পাওঁ সেই সূত্ৰত বিশ্বৰ…

আবু নাছাৰ চাঈদ আহমদ · April 23, 2024 6:53 pm
অভিমত

ভোটদাতাসকলৰ দায়িত্ব

শিৰোনামাত উল্লেখিত কথাটো প্রতিবাৰৰ দৰে এইবাৰো লোক সভাৰ নিৰ্বাচনৰ সময়ত যথেষ্ঠ গুৰুত্ব সহকাৰে উত্থাপিত হৈছে। যদিও সাংসদসকলৰ ব্যক্তিত্বৰ মাপকাঠি কোনোৱে নিৰ্ধাৰণ কৰি…

এন ই নাও নিউজ, গুৱাহাটী · April 13, 2024 12:59 pm
অভিমত

চ’ক বজাৰত জুই আৰু আমাৰ কৰণীয়

যোৱা ১৬ ফেব্ৰুৱাৰীৰ মাজনিশা হঠাৎ বিধ্বংসী জুয়ে যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰখন চাৰখাৰ কৰি পেলালে। টেলিভিশ্বনৰ পৰ্দাত সেই মৰ্মান্তিক ঘটনাৰ ছবিবিলাক দেখি আমি…

আবু নাছাৰ চাঈদ আহমদ · February 20, 2023 1:39 pm
অভিমত

বাঘ হাজৰিকা বিতৰ্ক

আমি অতি দুখ, ক্ষোভ আৰু উদ্বিগ্নতাৰে মন কৰিছোঁ যে অসমৰ এচাম মানুহে সাম্প্ৰদায়িক মানসিকতাৰে অসমৰ মুছলমানসকলৰ অস্তিত্বক নসাৎ কৰিবলৈ প্রয়াস কৰি আহিছে।…

আবু নাছাৰ চাঈদ আহমদ · January 17, 2023 6:03 pm
অভিমত

অসমত ধৰ্মীয় সন্ত্ৰাসবাদীৰ ঘাটি

ভাৰত-বাংলাদেশ সীমান্তইদি পাৰ হৈ অহা বাংলাদেশৰ সন্ত্ৰাসবাদী মডিউল ধৰা পৰাৰ খবৰে ৰাজ্যখনত তোলপাৰ লগাইছে। প্রচাৰ মাধ্যমৰ যোগেদি জানিব পৰা মতে ইতিমধ্যে ছটা…

আবু নাছাৰ চাঈদ আহমদ · August 12, 2022 8:44 pm
অভিমত

গুৱাহাটী মহানগৰৰ ভৱিষ্যৎ

শ্বেইক্সপীয়েৰে কৈছিল, “What is a city? It is all about people ”। গুৱাহাটীৰ বৰ্তমানৰ ৰেহৰূপ বিষয়ে লিখিবলৈ গ’লে বিখ্যাত অর্থনীতিবিদ, দক্ষিণ আফ্ৰিকাত…

আবু নাছাৰ চাঈদ আহমদ · August 2, 2022 3:20 pm
অভিমত

বানপানী আৰু গৰাখহনীয়া : বিকল্প সমাধানৰ সন্ধানত

এই বছৰৰ (২০২২ চন) জুন মাহত প্রলংকাৰী বানে যি এক ভয়াৱহ ৰূপ ধাৰণ কৰিলে তাক বৰ্ণনা কৰাটো কঠিন। ছপা আৰু ই-মাধ্যমত নিতৌ…

আবু নাছাৰ চঈদ আহমদ · July 15, 2022 4:08 pm
অভিমত

প্ৰতিশ্ৰুতি আৰু প্ৰহসন

প্রায় সকলো দেশৰ ৰাজনীতিকে নিৰ্বাচনৰ সময়ত ভোটদাতাসকলৰ মন জয় কৰিবলৈ অলেখ প্রতিশ্রুতি দিয়ে।সেই বিলাক কিমান মোহনীয় ভাবে প্ৰচাৰ কৰিব পাৰিছে তাৰ ওপৰত…

আবু নাছাৰ চাঈদ আহমেদ · July 8, 2022 4:29 pm