Author: এন ই নাও নিউজ, গুৱাহাটী
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?
চৰকাৰী চাকৰি লাভৰ বাবে অনুষ্ঠিত পৰীক্ষাত সফলতা লাভ কৰাটো লাখ লাখ প্ৰাৰ্থীৰ বাবে এক কঠিন প্ৰত্যাহ্বান। কিন্তু ছত্তীশগড়ৰ ৰায়পুৰৰ ২৩ বছৰীয়া চাৰু…
মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ
বিশ্বৰ বিভিন্ন দেশত মেটাৰ একাধিক সেৱাত হঠাৎ সমস্যাৰ সৃষ্টি হৈছে। ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ গৈ হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে অসুবিধাৰ সন্মুখীন…
৬ জুলাইৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন
অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’ব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে বিধানসভাৰ এই অধিৱেশন আহ্বান কৰিছে। বিধানসভা…
দিহিং পাটকাইত তেল খননৰ তীব্ৰ বিৰোধিতা কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ : অপূৰণীয় পৰিৱেশ ক্ষতিৰ আশংকা
তিনিচুকীয়া জিলাৰ দিহিং সংৰক্ষিত বনাঞ্চলত অইল ইণ্ডিয়া লিমিটেডক হাইড্ৰকাৰ্বন খননৰ বাবে দিয়া অনুমতিৰ তীব্ৰ বিৰোধিতা কৰিছে কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিয়ে। জৈৱ বৈচিত্ৰ্যৰে ভৰা…
গুৱাহাটীৰ ভূতনাথত ভয়ংকৰ দুৰ্ঘটনা : চলন্ত স্কুটাৰৰ ওপৰত গছ বাগৰি পৰাত এগৰাকী ছাত্ৰীৰ অকাল মৃত্যু
গুৱাহাটীৰ ভূতনাথত এক অতিশয় দুখজনক দুৰ্ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি, ৰাস্তাৰ দাঁতিৰ এজোপা ডাঙৰ গছ হঠাতে এখন চলন্ত স্কুটাৰৰ ওপৰত বাগৰি পৰে।…
ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ, আমেৰিকাৰ ৰাজনৈতিক প্ৰতিনিধিক পুনৰ তলব কৰিলে ভাৰতে
ভাৰতীয় কৰ্মচাৰী থকা আন এখন বাণিজ্যিক জাহাজ ওমানৰ উপকূলত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছত ভাৰতে শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰতিনিধি জেচন মীক্সক এই…
বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?
২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবল ১১ জুনৰ পৰা আৰম্ভ হ’ব। বিশ্বৰ ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন দেশে একেলগে বিশ্বকাপৰ আয়োজন কৰিছে। ১১…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে
নিউজিলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা মহান বেটছমেন কেন উইলিয়ামছনে হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সম্পূৰ্ণ অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। বৰ্তমান…
নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ
অহা ২০২৬ চনৰ ২১ জুন তাৰিখে অনুষ্ঠিত হবলগীয়া নিট ইউ জি পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কেইটামান ছাত্ৰ ছাত্ৰীৰ উপযোগী সালসলনি ঘোষণা…
ধৰ্মস্থলী গণকবৰ গোচৰত প্ৰকাশ ৰাজৰ নাম! ‘দুদিনৰ ভিতৰত সকলো উত্তৰ দিম’ বুলি ঘোষণা অভিনেতাগৰাকীৰ
কৰ্ণাটকৰ ধৰ্মস্থলী মন্দিৰৰ ‘গণকবৰ’ গোচৰত এইবাৰ নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ। এই হাই-প্ৰফাইল গোচৰত তেওঁৰ নাম জড়িত হোৱাৰ লগে লগে…