Author: এন ই নাও নিউজ, গুৱাহাটী
ধৰ্মস্থলী গণকবৰ গোচৰত প্ৰকাশ ৰাজৰ নাম! ‘দুদিনৰ ভিতৰত সকলো উত্তৰ দিম’ বুলি ঘোষণা অভিনেতাগৰাকীৰ
কৰ্ণাটকৰ ধৰ্মস্থলী মন্দিৰৰ ‘গণকবৰ’ গোচৰত এইবাৰ নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ। এই হাই-প্ৰফাইল গোচৰত তেওঁৰ নাম জড়িত হোৱাৰ লগে লগে…
কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ
ৰাজ্যসভাৰ মনোনয়ন পত্ৰ নাকচ হোৱাৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনে দাখিল কৰা আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। ন্যায়ালয়ে স্পষ্টকৈ কয় যে…
সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ
মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ বাবে বজাৰত ঔষধ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় মূল উপাদানসমূহৰ নাটনি হৈছে আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে ভাৰতীয়…
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত
সুদীৰ্ঘ ৪০ বছৰৰ পিছত ভাৰতীয় চিনেমাৰ দুটা প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকা ৰজনীকান্ত আৰু হৃতিক ৰোশনক পুনৰ এখন চিনেমাতে দেখা যাব। ৰজনীকান্তৰ বহু…
বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ
তেওঁ একেলগে এজন সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ। দেশৰ হৈ বিশ্বজয় কৰাৰ গৌৰৱো তেওঁ অৰ্জন কৰিছে। কিন্তু বৰ্তমান তেওঁৰ হেনো পৰ্যাপ্ত নিৰাপত্তা নাই।…
পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক
নিশাৰ আন্ধাৰত দক্ষিণ-পূব দিল্লীৰ তুঘলাকাবাদত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বহুমহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায়। নিহতসকলৰ ভিতৰত আছে…
পোহৰলৈ আহিল তৃণমূল কংগ্ৰেছৰ বিসম্বাদী ১৯ গৰাকী সাংসদৰ স্বাক্ষৰিত পত্ৰ, কাৰ কাৰ আছে নাম?
তৃণমূল কংগ্ৰেছ দলৰ ভিতৰচৰাত এক ডাঙৰ বিদ্ৰোহৰ সূচনা হৈছে। দলটোৰ ১৯ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এখন পত্ৰ প্ৰেৰণ কৰিছে বুলি…
ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ
ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ পৰিছে। দেশৰ অন্যতম শ্ৰেষ্ঠ শ্বুটাৰ তথা সফল প্ৰশিক্ষক যশপাল ৰানাৰ বৃহস্পতিবাৰে নিশা ৪৯ বছৰ বয়সত মৃত্যু হয়।…
শ্বাসৰুদ্ধকৰ মেচত চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰিলে এছিয়াৰ শক্তি দক্ষিণ কোৰিয়াই
এছিয়ান ফুটবলৰ অন্যতম শক্তিশালী দেশ দক্ষিণ কোৰিয়া। শুকুৰবাৰে পুৱা খেলপথাৰত নামিয়েই এক শ্বাসৰুদ্ধকৰ মুহূৰ্ত উপহাৰ দিলে এছিয়াক। কোৰিয়াই চেক গণৰাজ্যৰ বিৰুদ্ধে আৰম্ভণিৰে…
ফিফা বিশ্বকাপৰ প্ৰথম দিনটোতেই সম্প্ৰচাৰক লৈ বিতৰ্ক, জি-ফাইভক লৈ অসন্তুষ্টি দৰ্শকৰ
মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী খেলখন উপভোগ কৰিবলৈ সাজু হৈ থকা ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে আনন্দৰ সন্ধিয়াটো গভীৰ…