Author: এন ই নাও নিউজ, গুৱাহাটী
মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য
বিশ্বকাপ ফুটবল আৰম্ভ হ‘বলৈ গৈ আছে। এইখন হয়তো বিশ্ব ফুটবলৰ তিনিগৰাকী মহান তাৰকা মেছি, ৰোনাল্ডো আৰু নেইমাৰৰ বাবে শেষ বিশ্বকাপ হ’ব পাৰে।…
গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ
গুৱাহাটী মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বেলতলাৰ এটা ভাড়াঘৰত সুস্মিতা বসুমতাৰী নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। যুৱতীগৰাকীৰ ঘৰ ওদালগুৰি…
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা
পশ্চিম এছিয়াত ক্ৰমবৰ্ধমান অশান্তিৰ মাজতে ওমানৰ উপকূলত আন এখন জাহাজত আক্ৰমণ কৰা হৈছে। আক্ৰমণ কৰা জাহাজখন ভাৰতীয়। এইটো যোৱা চাৰিদিনত তৃতীয়টো বৃহৎ…
মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই
মে’ মাহত মাত্ৰ দহ দিনৰ ভিতৰত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ২২ৰ পৰা ৩০ শতাংশ পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰ’লৰ ওপৰত…
অসমৰ শিল্পী সমাজলৈ গৌৰৱৰ মুহূৰ্ত! ৰাজ্যৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা
অসমৰ মুঠ এঘাৰগৰাকী শিল্পীয়ে ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে ভাৰতৰ অন্যতম সন্মানীয় প্ৰদৰ্শনমূলক কলা বঁটা ‘সংগীত নাটক অকাডেমি বঁটা’ আৰু ‘ওস্তাদ বিছমিল্লাহ…
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: গৃহিণীসকল দেশ নিৰ্মাতা, নিৰ্ধাৰণ কৰিলে সেৱাৰ ন্যূনতম মূল্য
ভাৰতৰ উচ্চতম ন্যায়ালয়ে মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কীয় গোচৰত এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এই ৰায়ত ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এগৰাকী গৃহিণীয়ে…
জাগীৰোডত উপগ্ৰহ চহৰ প্ৰকল্পক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ
মৰিগাঁও জিলাৰ জাগীৰোডৰ সিন্ধিশৰ অঞ্চলত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এক প্ৰস্তাৱিত উপগ্ৰহ চহৰ প্ৰকল্পৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদে হিংসাত্মক ৰূপ…
ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ
আফগানিস্তান এ দলৰ বিৰুদ্ধে ডাম্বুলাৰ ৰাংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বৈভৱ সূৰ্যৱংশীয়ে মাত্ৰ ২২টা বলত ২০০ ষ্ট্ৰাইক ৰেটত ৪৪ ৰাণৰ এক সুন্দৰ ইনিংছ…
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন
ৰাজ্যসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে। এই ঘটনাক লৈ কংগ্ৰেছৰ বহু নেতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া…
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতিকাষৰীয়া অঞ্চলত অব্যাহত থকা বেদখল, বৰ্ধিত জনবসতি আৰু ঔদ্যোগিক কাৰ্যকলাপে বন্যপ্ৰাণীৰ বিচৰণৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সৃষ্টি…