Author: এন ই নাও নিউজ, গুৱাহাটী
দিল্লীত ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ব্যৰ্থ, অস্ত্ৰ-শস্ত্ৰসহ ৯ জন আইএছআই এজেণ্ট গ্ৰেপ্তাৰ
দেশৰ ৰাজধানী দিল্লীত এক ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ নিৰাপত্তা সংস্থাসমূহে ব্যৰ্থ কৰিছে। পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ এটা মডিউল উৎখাত কৰি আৰক্ষী আৰু…
আমেৰিকাৰ হোটেলত কম ভাৰাৰ বিনিময়ত নাবালিকাক যৌন উৎপীড়ন, ১০ বছৰৰ কাৰাদণ্ড গুজৰাটৰ যুৱকক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কাৰ এখন হোটেলত মানৱ সৰবৰাহকাৰীক ধন দি এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত গুজৰাটৰ এগৰাকী ২৭ বছৰীয়া যুৱকক দহ বছৰৰ…
দাউদ ইব্ৰাহিম আৰু আই এছ আইৰ ভয়ংকৰ পৰিকল্পনা ফাদিল! দিল্লী-মুম্বাইত আক্ৰমণৰ পূৰ্বেই জালত পৰিল ৯ চক্ৰান্তকাৰী
দেশত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা ফাদিল কৰি দিল্লী আৰক্ষীৰ বিশেষ কোষে শনিবাৰে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চৰকাৰী বিষয়াসকলে…
নীট, এছএছচি-ৰ পিছত কলেজৰ প্ৰৱেশ পৰীক্ষা! পুনৰ কেন্দ্ৰীয় পৰীক্ষাত ডাঙৰ গাফিলতি, পিছুৱালে পৰীক্ষা
NEET, SSC-ৰ পিছত কলেজৰ প্ৰৱেশ পৰীক্ষা। পুনৰ এটা সৰ্বভাৰতীয় পৰীক্ষাত আন এক ডাঙৰ বিভ্ৰাট। শনিবাৰে সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া আছিল CUET UG…
দুৰ্নীতিৰ গ্ৰাসত মিছ ইউনিভাৰ্ছ! ‘সন্মান বচোৱাটোহে গুৰুত্বপূৰ্ণ’ বুলি মিছ ফ্ৰান্সৰ প্ৰতিযোগিতা বৰ্জন
ব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া গৰাকীক সন্মান জনোৱা মঞ্চখনকে এইবাৰ বৰ্জন কৰিলে মিছ ফ্ৰান্স হিনাউপোকো দেভেজেয়ে। তেওঁ স্পষ্টকৈ জনাই দিয়ে যে মিছ ইউনিভাৰ্ছৰ মঞ্চই…
সকলোৰে বাবে বন্ধ হৰমুজ প্ৰণালী : কিন্তু কৌশলেৰে আহ-যাহ চলিছে ভাৰতীয় জাহাজৰ
যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হৈছে। ইৰানত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হৰমুজ…
আকৌ টকাৰ চেহেৰা পৰিৱৰ্তন? কাগজ নহয়, এইবাৰ প্লাষ্টিকৰ নোট ছপোৱাৰ চিন্তা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
দহ বছৰ আগতে ভাৰতীয় টকাৰ চেহেৰা সলনি হৈছিল। পৰম্পৰাগত ‘প্ৰিণ্টেড ৰং’ কমলা, গোলাপী, নীলা আদি উজ্জ্বল ৰঙলৈ সলনি হৈছিল। এটা দশকৰ পাছত…
পত্নীৰ অত্যাচাৰত অতিষ্ঠ হৈ ইচ্ছামৃত্যু বিচাৰিলে স্বামীয়ে, ন্যায় নাপালে নিজকে শেষ কৰাৰ হুংকাৰ
গুজৰাটৰ চুৰাটৰ পৰা এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে যিয়ে বৈবাহিক বিবাদ, পুৰুষৰ অধিকাৰ আৰু মানসিক স্বাস্থ্যক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।…
“কমিউনিষ্টসকল ৰাজনৈতিকভাৱে দেউলীয়া, চিপিএমৰ ১০খন আসন বিজেপিয়ে কাঢ়ি আনিব’’ : দাবী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ
ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহাই দাবী কৰিছে যে কমিউনিষ্টসকল বৰ্তমান ৰাজনৈতিকভাৱে দেউলীয়া হৈ পৰিছে। তেওঁলোকে বিভিন্ন ধৰণে ভাৰতীয় জনতা পার্টীক কলঙ্কিত কৰাৰ চেষ্টা…
স্বামীৰ সৈতে ভাৰত ভ্ৰমণত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কন্যা টিফানি ট্ৰাম্প, দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা টিফানি ট্ৰাম্প আৰু তেওঁৰ স্বামী মাইকেল ব‘লছে শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ আহিছে। এই ব্যক্তিগত ভ্ৰমণৰ সময়ত তেওঁলোকে নতুন…