Author: এন ই নাও নিউজ, গুৱাহাটী
এচআইআৰ প্ৰক্ৰিয়াক উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত: ভোটাৰ তালিকাৰ পৰা নাম কাটিলেই নাগৰিকত্ব হেৰুওৱা নুবুজায় বুলি জনালে ন্যায়ালয়ে
উচ্চতম ন্যায়ালয়ে এচআইআৰ প্ৰক্ৰিয়াক বৈধ আৰু সাংবিধানিক বুলি ঘোষণা কৰি ইয়াক সেউজ সংকেত দিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ…
মহিলা সংৰক্ষণৰ দাবীত উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগৰ মাজতে গৃহীত প্ৰস্তাৱ
সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত সংসদ আৰু সকলো ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ দাবী জনাই মঙলবাৰে অসম বিধানসভাত এক…
আদালত অৱমাননা! দোষী সাব্যস্ত কৰি ছয় মাহৰ কাৰাদণ্ড বাইজুছৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক
আদালত অৱমাননাৰ অভিযোগত বাইজুছৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে ছিংগাপুৰৰ এখন আদালতে। জানিব পৰা মতে, ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা…
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত ইডিৰ অতৰ্কিত অভিযান, কন্যাৰ নাম সাঙোৰ খালে দুৰ্নীতিৰ গোচৰত
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট বা ইডিয়ে তালাচী অভিযান চলাইছে। জানিব পৰা মতে, কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড নামৰ…
‘ঘৰ ঘৰ নল, ঘৰ ঘৰ জল’ এতিয়া ‘ঘৰ ঘৰ চকুপানী’! হাতে হাতে খালী কলহ লৈ চন্দ্ৰপুৰত ৰাজপথলৈ ওলাই আহিল জনতা
চৰকাৰে জল জীৱন আঁচনিৰ নামত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পিছতো খোদ গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰ অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজে হাহাকাৰ…
জেজ সংগীতৰ এক সোণালী যুগৰ অৱসান: ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কিংবদন্তি ছনী ৰলিন্সে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ উডষ্টকত অৱস্থিত নিজ বাসগৃহত সোমবাৰে কিংবদন্তি জেজ সংগীতজ্ঞ তথা প্ৰসিদ্ধ চেক্স’ফ’ন বাদক ছনী ৰলিন্সৰ ৯৫ বছৰ বয়সত দেহাৱসান ঘটে।…
আমৰোহাত হনুমান মন্দিৰৰ সমীপত ভয়ংকৰ অঘটন: ট্ৰাকৰ খুন্দাত থিতাতে নিহত তিনিগৰাকী ভক্ত
উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে জিলাখনৰ মিলক ছাভি গাঁৱৰ এটা হনুমান মন্দিৰত প্ৰাৰ্থনৰত ভক্তৰ…
জল্পনা-কল্পনাৰ অন্ত: অসম কংগ্ৰেছৰ মজিয়াত নতুন নেতৃত্ব, বিধায়িনী দলৰ গুৰি ধৰিব ৱাজেদ আলী চৌধুৰীয়ে
অসম বিধানসভাত বিৰোধী দলৰ পৰৱৰ্তী ৰণকৌশল আৰু নেতৃত্বক লৈ চলি থকা দীঘলীয়া চৰ্চাৰ অন্ত পেলাই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে মঙলবাৰে অসম কংগ্ৰেছ বিধায়িনী…
টেইলৰ চুইফ্টৰ এ আইৰ বিৰুদ্ধে যুঁজ: মাতৰ অধিকাৰ বিচাৰি আদালতৰ দ্বাৰস্থ
জনপ্ৰিয় গায়িকা টেইলৰ চুইফ্টে শেহতীয়াকৈ নিজৰ মাত আৰু মঞ্চৰ সাজপাৰৰ ওপৰত ট্ৰেডমাৰ্ক বিচাৰি আবেদন কৰিছে। ইয়াৰ ভিতৰত তেওঁৰ বিখ্যাত ইৰাছ টুৰৰ জিলিকি…
কৰ্ণাটক কংগ্ৰেছত বৃহৎ সালসলনিৰ সম্ভাৱনা, ৰাজ্যসভালৈ যাব পাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া
নতুন দিল্লীৰ ইন্দিৰা ভৱনত এতিয়া কংগ্ৰেছ দলৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বৈঠক চলি আছে আৰু ইয়াৰ পিছতে কৰ্ণাটকৰ ৰাজনীতিয়ে এক নতুন ৰূপ ল’ব…