Author: এন ই নাও নিউজ, গুৱাহাটী
অসম আৰক্ষীৰ জিম্মাত চৰম নিৰ্যাতনৰ বলি গুমিন মিজে: ফটো পোহৰলৈ অহাৰ পিছতেই ক্ষোভৰ উত্তাল চুবুৰীয়া ৰাজ্য অৰুণাচল
অসমৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা অৰুণাচল প্ৰদেশৰ আগশাৰীৰ ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেক আৰক্ষীৰ জিম্মাত শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ…
ড্ৰাগছ মাফিয়াৰ সুপৰিকল্পিত ষড়যন্ত্ৰৰ বলি নেকি গুমিন মিজে? অৰুণাচলৰ জনপ্ৰিয় ড্ৰাগছ বিৰোধী কৰ্মীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া
অসম আৰক্ষীৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ এগৰাকী আগশাৰীৰ ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ গ্ৰেপ্তাৰৰ ঘটনাক লৈ সমগ্ৰ অৰুণাচল প্ৰদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।…
চাৰি দশকৰ বৌদ্ধিক যাত্ৰালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি: কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ডিজিটেল ৰূপ পালে অসমৰ দুই জনপ্ৰিয় শিশু আলোচনীয়ে
অসমীয়া শিশু সাহিত্যৰ জগতত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা দুখন জনপ্ৰিয় আলোচনী ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ শেহতীয়াকৈ এক গোলকীয় শৈক্ষিক…
আঠ বছৰ ধৰি কুম্ভকৰ্ণৰ নিদ্ৰাত কাৰাগাৰ প্ৰশাসন! উচ্চতম ন্যায়ালয়ৰ ভুৱা নিৰ্দেশেৰে মুকলি আকাশৰ তলত যাৱজ্জীৱন দণ্ডিত অপৰাধী
বেংগালুৰুৰ পৰাপ্পানা অগ্ৰহাৰা কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত এক ভয়ংকৰ জালিয়াতিৰ ঘটনাই বৰ্তমান কাৰাগাৰ কৰ্তৃপক্ষ তথা প্ৰশাসনৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় আঠ…
যুৱক-যুৱতীক পাকিস্তানী আখ্যা দি বিতৰ্কত কিৰেণ ৰিজিজু, ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপকৰ তীব্ৰ প্ৰত্যুত্তৰ
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ এটা মন্তব্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি ৰাজনৈতিক বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। অলপতে ছচিয়েল মিডিয়াত অতি জনপ্ৰিয়…
প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ আহিছে ‘হিট ইনচুৰেঞ্চ’, জানক ই কেনেকৈ সহায় কৰিব
বৰ্তমান সমগ্ৰ দেশ প্ৰচণ্ড গৰমৰ কৱলত পৰিছে। গৰমে নিজৰ লগত বহুতো প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। কাউন্সিল অন এনাৰ্জি, এনভায়ৰনমেণ্ট এণ্ড ৱাটাৰৰ এক নতুন…
সন্তানৰ মৰ্যাদা সৰ্বোপৰি, বৈবাহিক বিবাদত ডিএনএ পৰীক্ষাৰ আবেদন খাৰিজ হিমাচল হাইকোৰ্টৰ
হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে বৈবাহিক আৰু পিতৃত্বৰ বিবাদৰ সৈতে জড়িত এটা গোচৰত ডিএনএ পৰীক্ষা কৰাৰ দাবী খাৰিজ কৰি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে।…
পাকিস্তানৰ কুৱেটাত বিস্ফোৰণত কমেও ২৪ জন নিহত, আহত কমেও ৫০জন; লাইনচ্যুত যাত্ৰীবাহী ৰে’ল
পাকিস্তানত পুনৰ এক বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। কুৱেটা চহৰৰ ৰে’ল লাইনত সংঘটিত হয় এই বিস্ফোৰণ। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্ফোৰণত…
মিৰ্জা–পলাশবাৰী পথত ভয়ংকৰ দুৰ্ঘটনা; দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত চাৰিজন যুৱক
দেওবাৰে (২৪ মে’) পুৱা পলাশবাৰীৰ অন্তৰ্গত মিৰ্জা–পলাশবাৰী পথত দুখন মটৰ চাইকেলৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত চাৰিজন যুৱকে প্ৰাণ হেৰুৱায়। ধাৰাসাৰ বৰষুণৰ মাজতে…
‘কংগ্ৰেছক কেতিয়াও বিশ্বাস কৰিব নালাগে’, বিজয়ৰ দলক সমৰ্থন কৰাত কংগ্ৰেছক আক্ৰমণ ডিএমকেৰ
তামিলনাডুৰ ৰাজনীতিত ডিএমকে নেতা তথা যুৱ শাখাৰ সম্পাদক উদয়নিধি ষ্টালিনে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেৰ নেতৃত্বাধীন চৰকাৰক…