NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

বিশ্বৰ আটাইতকৈ গৰম ৫০ খন চহৰৰ আটাইকেইখনেই ভাৰতত, তীব্ৰ গৰমত অতিষ্ঠ দেশবাসী

সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া তীব্ৰ গৰম আৰু খৰাঙে দেখা দিছে। শেহতীয়া এক খবৰ অনুসৰি শুকুৰবাৰে পুৱা বিশ্বৰ আটাইতকৈ গৰম ৫০ খন চহৰৰ আটাইকেইখনেই…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 6:08 pm
দেশ

প্ৰধানমন্ত্ৰী মোদীক ঝালমুৰি খুৱাই বিপদত বিক্ৰেতা বিক্ৰম ছাও

পশ্চিমবংগৰ ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঝালমুৰি খুৱাই এতিয়া বিপদত পৰিছে এগৰাকী সাধাৰণ বিক্ৰেতা। বিক্ৰম ছাও নামৰ এই ঝালমুৰি বিক্ৰেতাগৰাকীয়ে…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 5:45 pm
Popular Stories

পিতৃ-মাতৃ দুয়ো আইএএছ বিষয়া হ’লে সন্তানক সংৰক্ষণ কিয় লাগে? উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে সংৰক্ষণ ব্যৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। পিছপৰা শ্ৰেণীৰ ‘ক্ৰিমী লেয়াৰ’ অৰ্থাৎ যিসকল লোকে ইতিমধ্যে সমাজত ভাল স্থান…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 4:20 pm
দেশ

তৃষা শর্মাৰ মৃত্যুৰ নতুন মোৰ, দিল্লী এইমচত আকৌ হ’ব মৰণোত্তৰ পৰীক্ষা : হাইকৰ্টৰ ডাঙৰ নিৰ্দেশ

মডেল তথা অভিনেত্ৰী তৃষা শর্মাৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এইবাৰ এক ডাঙৰ নিৰ্দেশ দিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। আদালতৰ শেহতীয়া ৰায় অনুসৰি, তৃষাৰ মৃতদেহৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 4:19 pm
দেশ

এভাৰেষ্ট জয় কৰিও ঘূৰি অহা নহ’ল ২ ভাৰতীয়ৰ : শৃংগ স্পৰ্শ কৰি নামি অহাৰ পথতেই সাৱটিলে কৰুণ মৃত্যুক

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি ঘৰলৈ ঘূৰি নাহিল দুই ভাৰতীয় পৰ্বতাৰোহীৰ। শৃংগ জয় কৰি তললৈ নামি অহাৰ সময়তে দুয়োগৰাকীৰে অতি…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 3:58 pm
Popular Stories

পুৰণি খাদ্য দিয়াৰ প্ৰতিবাদ কৰাত ধাবাৰ কৰ্মচাৰীৰ আক্ৰমণৰ বলি মহিলা কণ্ডাক্টৰ

দিল্লী আৰু বাহৰ মাজত চলাচল কৰা ভাদাৱৰ ডিপোৰ ৰোডৱেজ বাছক লৈ এক ডাঙৰ বিবাদ পোহৰলৈ আহিছে। এই ঘটনাত বাছৰ চালক আৰু মহিলা…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 3:50 pm
অসম

বিধানসভাত ৰাজ্যপালৰ ভাষণৰ সময়তে মূল্যবৃদ্ধিকে ধৰি বিভিন্ন বিষয়ক লৈ প্ৰতিবাদত সদন ত্যাগ কৰিলে বিৰোধীয়ে

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰাৰ মাজতে শুকুৰবাৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ষষ্ঠদশ অসম বিধানসভাত প্ৰথম ভাষণ…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 2:41 pm
Popular Stories

পইতাচোৰাৰ পিছত এইবাৰ ‘পৰজীৱী’ৰ প্ৰৱেশ! এই ‘নেশ্যনেল পেৰাচাইটিক ফ্ৰণ্ট’ কি?

ভাৰতৰ ডিজিটেল ৰাজনৈতিক ক্ষেত্ৰখনত এক অভূতপূৰ্ব যুদ্ধ আৰম্ভ হৈছে! মাত্ৰ কেইদিনমানৰ আগতে যেতিয়া নেটজগতত জন্ম হোৱা ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)য়ে অনুগামীৰ সংখ্যাৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 1:32 pm
Popular Stories

মাতৃৰ চিকিৎসাৰ বাবে ওমৰ খালিদক তিনি দিনৰ জামিন দিল্লী উচ্চ ন্যায়ালয়ৰ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা সামাজিক কৰ্মী উমৰ খালিদক দিল্লী উচ্চ ন্যায়ালয়ে এক ডাঙৰ সকাহ দিছে। আদালতে ২০২০ চনৰ উত্তৰ-পূব…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 1:31 pm
অসম

পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈকে ঘৰ এৰি আশ্ৰমত সন্ন্যাস গ্ৰহণ জন সুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰৰ

বিহাৰৰ ৰাজনীতিৰ অন্যতম চৰ্চিত নাম প্ৰশান্ত কিশোৰ পুনৰ শিৰোনামলৈ আহিছে। জন সুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক গৰাকীয়ে পাটনাৰ নিজ বাসগৃহ এৰি পাটনাৰ উপকণ্ঠ অঞ্চলৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 22, 2026 12:50 pm