Author: এন ই নাও নিউজ, গুৱাহাটী
অসমৰ ৰাজনীতিত বৃহৎ জোকাৰণি, অসম জাতীয় পৰিষদ ত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ পটপৰিৱৰ্তন, জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰাজেন গোহাঁইয়ে সোমবাৰে অসম জাতীয় পৰিষদ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ…
ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে নে অন্য গোপন অভিসন্ধি! জাগীৰোডত ছেটেলাইট টাউনশ্বিপৰ জৰীপ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত
মৰিগাঁও জিলাৰ জাগীৰোডৰ অন্তৰ্গত সিন্ধিসাৰ আৰু নলাধৰা গাঁৱত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্পক কেন্দ্ৰ কৰি চলি থকা জৰীপ কাৰ্য জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে কাৰ্যকৰী…
চাৰধাম যাত্ৰাত মৃত্যুৰ কিৰিলি! এমাহত প্ৰাণ হেৰুৱালে ৫৩ গৰাকী তীৰ্থযাত্ৰীয়ে!
যোৱা ১৯ এপ্ৰিলৰ পৰা উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত আৰম্ভ হোৱা পবিত্ৰ চাৰধাম যাত্ৰাৰ প্ৰথমটো মাহতে ৫৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…
ভুক্তভোগী নাবালিকা : কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ
যৌন নিৰ্যাতনৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিপদ আৰু অধিক বৃদ্ধি পাইছে। চাইবেৰাবাদ আৰক্ষীয়ে এই গোচৰত অতি গুৰুতৰ ধাৰা সংযোজন কৰাৰ পিছতে কেন্দ্ৰীয়…
ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ : বাইক এৰি ঘোঁৰাত উঠি কৰ্তব্যস্থলীলৈ ৰাওনা শিক্ষক
সামাজিক মাধ্যমত বৰ্তমান এক ব্যতিক্ৰমী দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, য’ত এজন শিক্ষকক নিজৰ চৰকাৰী কামৰ বাবে ঘোঁৰাত উঠি যোৱা দেখা গৈছে।…
জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা আৰু আইনৰ চৰম উলংঘন: পেটাৰ অভিযোগৰ পিছতে তৎপৰ ৰাজ্য চৰকাৰ!
আন্তৰ্জাতিক পশু সুৰক্ষা সংস্থা ‘পেটা ইণ্ডিয়া’ৰ এক গুৰুতৰ অভিযোগৰ ভিত্তিত লখিমপুৰ জিলাত সংঘটিত অবৈধ গৰু সৰবৰাহ আৰু বজাৰসমূহৰ বিৰুদ্ধে ৰাজ্যৰ পশুপালন আৰু…
“মই ইমান সস্তা বা নীচ মানসিকতাৰ মানুহ নহয়’’, বিজয় মুখ্যমন্ত্ৰী হোৱাক লৈ কিয় হঠাৎ এই চাফাই ছুপাৰষ্টাৰ ৰজনীকান্তৰ
চিনতাই পোয়েছ গার্ডেনৰ নিজ গৃহত অনুষ্ঠিত এখন সংবাদ মেলত দক্ষিণৰ কিংবদন্তি অভিনেতা ৰজনীকান্তই কয় যে, বিজয়ৰ মুখ্যমন্ত্রী হোৱাক লৈ তেওঁৰ মনত কোনো…
বন বিভাগৰ কাৰ্যালয় নে চোৰাং মৎস্য ব্যৱসায়ীৰ ঘাটি? প্ৰতিবাদ কৰা যুৱকক লাওখোৱাত বনৰক্ষীৰ নিৰ্মম প্ৰহাৰ
নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত সুঁতিৰপাৰ বন সংমণ্ডল কাৰ্যালয়ৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে সমীপৱৰ্তী এখন ৰাজহ গাঁৱত প্ৰৱেশ কৰি এজন স্থানীয় যুৱকক…
প্ৰেমৰ আচৰিত বাৰ্তা! ৭২টা দামী পানীৰ কল চুৰি কৰি চোৰে লিখিলে ‘লাভ ইউ’, ক্ষোভত অগ্নিশৰ্মা কংগ্ৰেছ
ছত্তীশগড়ৰ অম্বিকাপুৰৰ অতি গুৰুত্বপূৰ্ণ এলেকা গান্ধী চকত অৱস্থিত কংগ্ৰেছৰ জিলা কাৰ্যালয় ৰাজীৱ ভৱনত এক আচৰিত আৰু চাঞ্চল্যকাৰী চুৰি কাৰ্য সংঘটিত হৈছে। কাৰ্যালয়টোৰ…
উমৰ খালিদৰ গোচৰত পূৰ্বৰ ৰায়ত ন্যায়ালয়ৰ আক্ষেপ! কঠোৰ সন্ত্ৰাসবাদ বিৰোধী আইনতো বন্দীয়ে পাব লাগে ক্ষিপ্ৰ বিচাৰৰ অধিকাৰ
সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান যোগে স্পষ্ট কৰি দিয়ে যে কঠোৰ বেআইনী কাৰ্যকলাপ আইন বা ইউ এ পি এৰ অধীনত…