Author: এন ই নাও নিউজ, গুৱাহাটী
নিটৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত উত্তাল গুৱাহাটী: এন টি এ বাতিল আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত এছ এফ আইৰ সমদলত আৰক্ষীৰ বাধা
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ আজি ১৬ মে’ তাৰিখে গুৱাহাটীত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।…
আৰাৱলীৰ এক ইঞ্চি মাটিও কোনেও চুব নোৱাৰিব: উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ে আৰাৱলী পাহাৰক লৈ এক অতি গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। আদালতৰ ফালৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে যে বিশেষজ্ঞ সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদন…
দুটা সন্তানৰ নীতি এতিয়া অতীত! অন্ধ্ৰপ্ৰদেশত তৃতীয় আৰু চতুৰ্থ সন্তান জন্ম দিলে মুখ্যমন্ত্ৰীয়ে দিব বিশেষ পুৰস্কাৰ
অন্ধ্ৰপ্ৰদেশত দ্ৰুতগতিত হ্ৰাস পোৱা জন্মহাৰ আৰু বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এক গুৰুত্বপূৰ্ণ…
অসহায় কেচুৱাঁক ৰক্ষাৰ বাবে খেলুৱৈ জ্বালা গুট্টাৰ মহানতা, দান কৰিলে ৬০ লিটাৰ নিজৰ মাতৃ দুগ্ধ
প্ৰাক্তন বেডমিণ্টন তাৰকা জ্বালা গুট্টাই নিজৰ সন্তান জন্ম হোৱাৰ প্ৰথমটো বছৰতে এক মহান কাৰ্য কৰি দেখুৱাইছে। তেওঁ এই সময়ছোৱাত ৬০ লিটাৰ মাতৃ…
নৱম-দশম শ্ৰেণীত পঢ়িব লাগিব ৩ টাকৈ ভাষা! ১ জুলাইৰ পৰা চিবিএছইৰ নতুন নিয়ম
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইয়ে সমাগত ১ জুলাইৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে। ৰাষ্ট্ৰীয়…
প্ৰশ্নকাকত ফাদিলৰ পৰা আত্মনাশলৈ: ২০১৩ চনৰ পৰাই ধাৰাবাহিক বিতৰ্কৰ আৱৰ্তত নিট পৰীক্ষা
সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নিটক লৈ সমগ্ৰ দেশত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ…
ভুৱা ডিগ্ৰীধাৰীসকলকহে সমালোচনা কৰিছিলো, যুৱক-যুৱতীসকলক লৈ মই গৌৰৱান্বিত: স্পষ্টীকৰণ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ
যোৱাকালি নৱপ্ৰজন্মৰ বিষয়ে কৰা এটা মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত আজি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিছে।…
যুদ্ধবিৰতিৰ নামত প্ৰহসন! লেবানন আৰু গাজাত ইজৰাইলৰ বিধ্বংসী আক্ৰমণ অব্যাহত, ইৰানৰ পাৰমাণৱিক চুক্তিক লৈ ট্ৰাম্পৰ নতুন সমীকৰণ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ইজৰাইল আৰু লেবাননে তেওঁলোকৰ ভঙ্গুৰ যুদ্ধবিৰতিৰ সময়সীমা আৰু ৪৫ দিনলৈ বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সময়তে, মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ অস্থিৰ…
কেৰালাৰ মুখ্যমন্ত্রী হিচাপে ১৮ মে’ত শপত ল’ব ভি ডি সতীশনে, অসন্তুষ্ট নেতাক বুজাবলৈ চলিছে বৈঠক
কেৰালাৰ নতুন মুখ্যমন্ত্রী হিচাপে অহা ১৮ মে’ত শপত গ্রহণ কৰিব ভি ডি সতীশনে। শপত গ্রহণ অনুষ্ঠানৰ পূৰ্বে সতীশনে দলৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ…
মমতা চৰকাৰৰ দিনত জাৰি কৰা অ’বিচি আৰু এছচি-এছটি প্ৰমাণপত্ৰৰ হ’ব তদন্ত, মুখ্যমন্ত্রী শুভেন্দুৰ নির্দেশ
পশ্চিম বংগৰ বিজেপি চৰকাৰে প্ৰশাসনিক স্তৰত এক ডাঙৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যতে জাৰি কৰা জাতিগত প্ৰমাণপত্ৰসমূহৰ ব্যাপক পৰ্যালোচনা কৰাৰ…