Author: এন ই নাও নিউজ, গুৱাহাটী
চৰাইদেউত কণ কণ শিক্ষাৰ্থীৰ ওপৰত শাৰীৰিক নিৰ্যাতন : ভাইৰেল ভিডিঅ’ৰ পিছতেই গ্ৰেপ্তাৰ শিক্ষক
চৰাইদেউ জিলাৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এজন শিক্ষকে কণ কণ ছাত্ৰ-ছাত্ৰীক শ্ৰেণী কোঠাৰ ভিতৰতে বৰ্বৰভাৱে প্ৰহাৰ…
মুখ্যমন্ত্ৰী বিজয়ৰ সেউজ সংকেত; তথাপিও তৃষা কৃষ্ণনৰ ছবিৰ মৰ্নিং শ্ব’ বাতিল
বহু প্ৰত্যাশিত তামিল ছবি ‘কৰুপ্পু’ মুক্তিক কেন্দ্ৰ কৰি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতখনত এক নাটকীয় মোৰ লৈছে। আজি বৃহস্পতিবাৰে ছবিগৃহত মুক্তি পোৱাৰ কথা…
সপ্তাহত দুদিন ঘৰৰ পৰাই কাম কৰাৰ সুযোগ : মোদীৰ বাক্য শিৰোধাৰ্য কৰি এই পদক্ষেপ ৰাজ্য চৰকাৰৰ
দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ইন্ধনৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত পৰা চাপ হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে এক বিশেষ পদক্ষেপ…
ফিফা বিশ্বকাপ ২০২৬: ফাইনেলৰ মাজভাগতে শ্বাকিৰা-মেডোনা! ফিফাই প্ৰথমবাৰৰ বাবে বিশ্বকাপলৈ আনিছে হাফটাইম শ্বো
ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল খেলখন কেৱল খেলপথাৰতেই নহয়, এইবাৰ ইয়াৰ লগত সংগতি ৰাখি এক বিশাল মিউজিক শ্ব’ও অনুষ্ঠিত হ’ব। ফিফাই আনুষ্ঠানিকভাৱে ঘোষণা…
কৃত্ৰিম বুদ্ধিমত্তাই যদি মুহূৰ্ততে অনুবাদ কৰি দিব পাৰে তেন্তে নতুনকৈ ভাষা এটা শিকাৰ প্ৰয়োজন কি?
বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ জৰিয়তে অতি সহজে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাটো সম্ভৱ হৈ পৰিছে। মোবাইল ফোনৰ…
সঞ্জয় কাপুৰৰ ৩০ হাজাৰ কোটি টকাৰ সম্পত্তিৰ বিবাদৰ শুনানিত কি ক’লে ন্যায়াধীশ পাৰ্দিৱালাই?
প্ৰয়াত ব্যৱসায়ী সঞ্জয় কাপুৰৰ মাতৃ ৰাণী কাপুৰে ১২ মে’ মঙলবাৰে উচ্চতম ন্যায়ালয়ত নতুন আবেদন দাখিল কৰে। মধ্যস্থতা প্ৰক্ৰিয়া চলি থকাৰ সময়ত আৰ…
প্ৰায়বোৰ মানুহে নাজানে যে তেওঁলোকে কি নাজানে, কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকে জানে
আপুনি জানেনে আপোনাৰ জ্ঞানৰ সীমাবদ্ধতা কিমান? আমাৰ মাজৰ সৰহভাগেই বহু বিষয়বস্তু সম্পৰ্কে জ্ঞান আছে বুলি ভাবিলেও আচলতে সেই জ্ঞান খুবেই সীমিত। এই…
প্ৰকৃতিৰ সংহাৰ! ধুমুহা-বৰষুণৰ তাণ্ডৱ, যোগী ৰাজ্যত মৃত্যুৰ সংখ্যা ৮৯ লৈ বৃদ্ধি; মানুহ উৰাই নিয়া ভিডিঅ’ ভাইৰেল
উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা, বজ্ৰপাত আৰু প্ৰচণ্ড বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হয়। শেহতীয়া খবৰ অনুসৰি ৮৯ জন লোকৰ মৃত্যু হৈছে। বহু…
অভিলেখ পতন, ডলাৰৰ বিপৰীতে ৯৫.৮৫ লৈ অৱনমিত ভাৰতীয় মুদ্ৰা
ভাৰতীয় টকাৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে আৰু প্ৰতিদিনে নতুন অভিলেখ গঢ়ি আমেৰিকান ডলাৰৰ বিপৰীতে ই ৯৬ টকাৰ ঘৰৰ ফালে দ্ৰুতগতিত আগবাঢ়িছে।…
নিৰ্বাচনোত্তৰ হিংসাৰ বিচাৰ বিচাৰি অধিবক্তাৰ সাজত উচ্চ ন্যায়ালয়ত উপস্থিত মমতা বেনাৰ্জী
পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে ক’লা ৰঙৰ অধিবক্তাৰ সাজ পিন্ধি কলিকতা উচ্চ ন্যায়ালয়ত উপস্থিত হয়। ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই তৃণমূল…