Author: এন ই নাও নিউজ, গুৱাহাটী
প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে বাতিল NEET; তদন্তত CBI, কেতিয়া হ’ব পৰীক্ষা?
প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বাতিল কৰা হৈছে NEET UG পৰীক্ষা। যোৱা ৩ মে’ত সমগ্ৰ দেশতে অনুষ্ঠিত হৈছিল মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা।…
একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই
ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এন ডি এ) ৰাজ্যত নিৰ্ণায়ক জনাদেশ লাভ কৰাৰ কিছুদিন পিছতে মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাই একেৰাহে…
‘ছোৱালীয়ে পঢ়া-শুনা কৰি কি কৰিব?’ ঘৰতে থাকি কামবন কৰাৰ পৰামৰ্শ বিজেপি নেতৃত্বাধীন চৰকাৰৰ শিক্ষামন্ত্ৰীৰ
‘বেটি বচাও, বেটি পঢ়াও’ শ্লোগানেৰে কেন্দ্ৰীয় চৰকাৰে নাৰী শিক্ষা আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে এনডিএ শাসিত বিহাৰৰ নৱনিযুক্ত শিক্ষামন্ত্ৰীৰ…
তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ সিদ্ধান্ত! এক নিৰ্দেশতে বন্ধ ৭১৭ খন সুৰাৰ দোকান, কাৰণ কি?
তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী জোচেফ বিজয়ে ৰাজ্যজুৰি মন্দিৰ, বিদ্যালয়, চিকিৎসালয়, বাছ ষ্টেণ্ডৰ পৰা ৫০০ মিটাৰৰ ভিতৰত অৱস্থিত ৭১৭খন চৰকাৰী সুৰাৰ দোকান বন্ধ কৰাৰ…
ৰাহুল গান্ধীৰ সকলো বিনিয়োগ চম্ভালে ‘মোডী সমৰ্থক’ উপদেষ্টাই!
প্ৰায় ১৪ বছৰ ধৰি মিউচুৱেল ফাণ্ডকে ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিত্তীয় বিনিয়োগ চম্ভালি আহিছে মুথুকৃষ্ণন দণ্ডপানিয়ে। কিন্তু ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত তেওঁ…
চলিত বছৰত কেন্দ্ৰীয় টেট কেতিয়া? আবেদনৰ সময়সীমা কিমান দিন? জনালে চিবিএছইয়ে
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (চিবিএছই) এইবাৰৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চি-টেট)ৰ অধিসূচনা প্ৰকাশ কৰিছে। ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে আয়োজন কৰা হ’ব এই…
‘১০ বছৰত ৮৯ বাৰ প্ৰশ্নকাকত ফাদিল, NEET এতিয়া নিলামত’! ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ সৰৱ ৰাহুল
NEET (NEET-UG 2026) পৰীক্ষাক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগত উত্তাল হৈ পৰিছে দেশ। আৰু এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়ত নৰেন্দ্ৰ মোডী…
দেশত ইন্ধনৰ নাটনি নাই, প্ৰধানমন্ত্ৰীৰ আহ্বানক লৈ আতংকিত নহ’বলৈ কেন্দ্ৰৰ স্পষ্টীকৰণ
দেশত পেট্ৰ’ল, ডিজেল, এলপিজি বা খাৰুৱা তেলৰ কোনো ধৰণৰ অভাৱ নাই বুলি সোমবাৰে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। ইয়াৰ লগতে দেশৰ সাধাৰণ…
পঞ্জাৱত বিজেপিৰ মাষ্টাৰষ্ট্ৰোক! মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পৰিয়ালৰ সদস্যই যোগদান কৰিলে বিজেপিত
অহা বছৰ পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু তাৰ আগতেই ৰাজ্যখনত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে আৰু শাসকীয় আম আদমি…
অৰুণাচলত দ্ৰুতগতিত গলিছে হিমবাহ : নামনি অঞ্চললৈ নামি আহিব পাৰে ভয়ংকৰ বানৰ বিভীষিকা
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ খাংগ্ৰী হিমবাহত চলি থকা এক শেহতীয়া গৱেষণাই সমগ্ৰ উত্তৰ-পূব ভাৰততে ত্ৰাসৰ সৃষ্টি কৰিছে। বিজ্ঞানীসকলৰ মতে এই হিমবাহটো অতি…