Author: এন ই নাও নিউজ. গুৱাহাটী
বিশ্বকাপ ফাইনেলৰ পিছত ৰাষ্ট্ৰপতি জাভিয়েৰ মিলেইৰ বিভ্ৰান্তিকৰ পোষ্ট; পৰাজয়ৰ পিছতো আৰ্জেণ্টিনাত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা
২০২৬ বৰ্ষৰ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰাজয়ৰ পিছতে দেশখনৰ ৰাষ্ট্ৰপতি জাভিয়েৰ মিলেইয়ে সামাজিক মাধ্যমত কৰা এলানি পোষ্টে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।…
সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ
সমাজবাদী পাৰ্টীৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱক সোমবাৰে দিল্লী আৰক্ষীয়ে আটক কৰে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা…
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা
সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনা সোমবাৰে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধী দলৰ প্ৰতিবাদ আৰু শ্ল’গানৰ মাজতে কাম-কাজ আৰম্ভ হয়। পৰিস্থিতি উত্তপ্ত…
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন
বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম এগৰাকী কৰ্মী, বিশিষ্ট নাৰীবাদী লেখিকা, মুক্ত সাংবাদিক, অনুবাদক তথা ঔপন্যাসিক কুইলিন…
কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক
কামৰূপী ভাষাত কাম কৰি থকা শিল্পী, লেখক, সাংস্কৃতিক কৰ্মী আৰু ডিজিটেল মাধ্যমৰ বিষয়বস্তু নিৰ্মাতাসকলক একেখন মঞ্চত একত্ৰিত কৰি বৰনগৰ মহাবিদ্যালয়, সৰভোগত দেওবাৰে…
১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা
নীট কেলেংকাৰিৰ প্ৰতিবাদত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে সোমবাৰে সংসদ চলো কাৰ্যসূচী আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীক বাধা দিবলৈ দিল্লী…
ৰাজ্যত ভয়াৱহ বান! এজনৰ মৃত্যু, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত; উদ্ধাৰ অভিযানৰ বাবে সাজু সেনা
দেওবাৰে অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বানৰ ফলত এজনৰ মৃত্যু ঘটাৰ লগতে সাতখন জিলাৰ ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত…
FIFA World Cup 2026 Prize Money: কেপ ভাৰ্ডেই পালে ১০৫ কোটি টকা! বিশ্বকাপত মেছি, স্পেইনসহ বাকীসকলৰ পুৰস্কাৰৰ মূল্য কিমান?
এইবাৰৰ বিশ্বকাপ জয়ৰ বাবে স্পেইনে প্ৰায় ৫০০ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰে। লিয়নেল মেছিৰ আৰ্জেণ্টিনাইও ৰানাৰ্ছ আপ হিচাপে লাভ কৰিছে বৃহৎ…
চৰ্ত সাপেক্ষে অনশন ভংগ কৰিব সোণম ৱাংচুকে; সংসদ অভিযানৰ পূৰ্বৰ নিশা ডাঙৰ বাৰ্তা পত্নী গীতাঞ্জলিৰ
সোমবাৰে ককৰোচ জনতা পাৰ্টিয়ে ৰাজধানী দিল্লীত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত ‘চলো সংসদ’ অভিযানৰ কাৰ্যসূচীৰ গ্ৰহণ কৰিছে। কিন্তু দিল্লী আৰক্ষীৰ পৰা…
খেলৰ শেষত আন এখন খেল! স্পেনিছ ডিফেণ্ডাৰক ডিঙি চেপি ধৰিলে মেছিৰ সতীৰ্থই; পালে ৰঙা কাৰ্ড
বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত যুঁজখন মূলতঃ ফুটবলৰ আছিল। দুটামান সৰু সৰু ঘটনাৰ বাহিৰে দুয়োটা দলৰ ফুটবলাৰসকল খেলখনত সংযত আছিল। ৰেফাৰীয়েও…