Author: এন ই নাও নিউজ, গুৱাহাটী
নিৰ্বাচন আয়ুক্ত নিযুক্তিত ‘এলাগী’ মুখ্য ন্যায়াধীশ! মোডী চৰকাৰৰ আইন সন্দৰ্ভত কি কৈছে উচ্চতম ন্যায়ালয়ে?
দেশৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিৰ পৰা মুখ্য ন্যায়াধীশগৰাকীক অপসাৰণৰ বাবে আইন বাতিল কৰাৰ দাবী উচ্চতম ন্যায়ালয়ে মানি লোৱা নাF। উচ্চতম ন্যায়ালয়ে কয়…
কৃত্ৰিম বান আৰু উন্মুক্ত নলাৰ ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটীত কৃত্ৰিম বানপানীৰ পুনৰাবৃত্তিমূলক সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰ আৰু পৌৰ কৰ্তৃপক্ষক জৰুৰী পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে…
পশ্চিমবংগৰ নিৰ্বাচন আৰু নিৰ্বাচনী হিংসা!
সদ্য সমাপ্ত পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছতে ব্যাপক হিংসাৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনী হিংসাই ৰাজ্যখনত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ক্ষমতাৰ পৰিৱৰ্তনৰ সময়ত…
সঞ্জয় কাপুৰৰ ৩০ হাজাৰ কোটি টকাৰ পাৰিবাৰিক বিবাদ! মধ্যস্থতাত প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়
দেশৰ অন্যতম বৃহৎ কৰ্পৰেট আৰু পৰিয়ালৰ উত্তৰাধিকাৰ যুঁজ এইবাৰ আদালতৰ বাহিৰত সমাধান হ’ব। ৰাণী কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ মাজত ৩০ হাজাৰ…
১৬ দফীয়া দাবীক লৈ বেংক ধৰ্মঘটৰ আহ্বান কৰ্মীৰ; চলিত মাহতে দুদিন ব্যাহত হ’ব পাৰে সেৱা
কৰ্মচাৰী নিযুক্তি, পেঞ্চন আৰু কৰ্ম পৰিবেশৰ সৈতে জড়িত বিভিন্ন অমীমাংসিত অভিযোগৰ প্ৰতিবাদত ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে চলিত ২০২৬ চনৰ ২৫ আৰু ২৬…
শিক্ষা নহ’ল! ৰিয়ানৰ শাস্তি দেখাৰ পিছতো বিমানতে ধূমপান যুজবেন্দ্ৰ চাহালৰ, কি হ’ব এতিয়া?
চলিত ২০২৬ চনৰ আই পি এলৰ মাজভাগতে ভেপিং বিতৰ্কত জড়িত হৈ পৰিল পঞ্জাব কিংছৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ ৰিয়ান…
নিৰ্বাচন শেষ হোৱাৰ লগে লগে অসমকে ধৰি ৫খন ৰাজ্যৰ পৰা আদৰ্শ আচৰণ বিধি প্ৰত্যাহাৰ আয়োগৰ
এমাহতকৈও অধিক সময়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত অৱশেষত অসমকে ধৰি পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আদৰ্শ আচৰণ বিধি বা মডেল কোড…
তামিলনাডুত আৰম্ভ ‘হৰ্ছ ট্ৰেডিং’? ৰিজ’ৰ্টত বন্দী ২৫ জনতকৈ অধিক বিধায়ক, কোনে বিচাৰে কিনিব?
তামিলনাডুত আৰম্ভ ৰিজ’ৰ্টৰ ৰাজনীতি। চৰকাৰ গঠনক লৈ অনিশ্চয়তা অব্যাহত আছে। দল সলনিৰ আশংকাত বুধবাৰে ২৫ জনতকৈ অধিক এআইএডিএমকে বিধায়কক চুবুৰীয়া ৰাজ্য পুডুচেৰীৰ…
ট্ৰাম্পৰ নতি স্বীকাৰ? ইৰাণত সামৰিক অভিযান বন্ধ কৰাৰ কথা ঘোষণা আমেৰিকাৰ
অৱশেষত ‘ছুপাৰপাৱাৰ’ আমেৰিকাই ইৰাণৰ পৰা টালি-টোপোলা বান্ধিবলৈ বাধ্য হ’ল? হোয়াইট হাউছৰ পৰা অহা দুটা ঘোষণাত সেইটোৱেই ইংগিত পোৱা গৈছে। প্ৰথম ঘোষণা কৰে…
কাৰ্বি আংলং: টকা আৰু প্ৰশাসনিক শক্তিৰ আগত অদৃশ্য হৈ পৰিল জনজাতিৰ সমস্যা
তুলিৰাম ৰংহাং। হিমন্ত বিশ্ব শৰ্মাৰ এ.টি.এম। কাৰ্বি আংলংৰ ৰাস্তা – ঘাট এবাৰ ঘূৰিলেই গম পোৱা যায় তুলিৰাম ৰংহাং কিমান দুৰ্নীতিৰ সম্ৰাট। তুলিৰাম…