Author: এন ই নাও নিউজ, গুৱাহাটী
বংগৰ ভোট গণনাক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত: গণনাৰ মেজত ৰাজ্য চৰকাৰৰ বিষয়াৰ উপস্থিতিক লৈ স্থিতি স্পষ্ট
ভাৰতীয় নিৰ্বাচন আয়োগে আজি উচ্চতম ন্যায়ালয়ক স্পষ্টভাৱে অৱগত কৰে যে পশ্চিম বংগৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ মনোনীত প্ৰতিনিধিসকল উপস্থিত থাকিব।…
গুৱাহাটীত চাফাই কৰ্মীৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা : অংশ ল’লে স্বচ্ছতা অভিযানত
অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি ২ মে’ তাৰিখে নিজৰ চৰকাৰী আৱাসগৃহৰ সন্মুখত এক স্বচ্ছতা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই অভিযানৰ জৰিয়তে…
বক্স অফিচত খলকনি: ৩০০ মিলিয়ন ডলাৰৰ ব্যৱসায়েৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মিউজিকেল বায়’পিক হিচাপে চিহ্নিত মাইকেল জেকচনৰ জীৱন-আলেখ্য
লিয়ংগেটৰ দ্বাৰা নিৰ্মিত মাইকেল জেকচনৰ জীৱনৰ ওপৰত আধাৰিত চলচ্চিত্ৰ মাইকেল এতিয়া বিশ্বজুৰি বক্স অফিচত এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ হৈছে। ছবিখনে ইতিমধ্যে…
তিৰাপ সংৰক্ষিত বনাঞ্চলত লাইকাৰ বানাক্ৰান্ত লোকক সংস্থাপন কৰিবলৈ নিদিয়ে ফেনেং-বালিজানৰ ৰাইজে
তিনিচুকীয়া জিলাৰ দিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত তিৰাপ সংৰক্ষিত বনাঞ্চলত লাইকাৰ বানপীড়িত পৰিয়ালক সংস্থাপন কৰাৰ চৰকাৰী পৰিকল্পনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ…
এচিড আক্ৰমণত ক্ষত-বিক্ষত জীৱন: ভুক্তভোগীৰ অস্ত্ৰোপচাৰৰ দায়িত্ব ল’বনে চৰকাৰে? উত্তৰ বিচাৰিছে উচ্চ ন্যায়ালয়ে
ৰাজ্যত এচিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ উন্নত চিকিৎসা আৰু প্ৰয়োজনীয় অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ স্পষ্ট স্থিতি…
আকুপাংচাৰ চিকিৎসাই সঁচাকৈয়ে বিষ নিৰাময় কৰিব পাৰেনে?
প্ৰায় ৩,০০০ বছৰ পুৰণি চীনদেশৰ চিকিৎসা পদ্ধতি আকুপাংচাৰ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয় হৈ পৰিছে। এই পদ্ধতিত শৰীৰৰ নিৰ্দিষ্ট কিছুমান অংশ…
“ৰাষ্ট্ৰৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাসকলৰ বাবে এশিকনি”: উচ্চতম ন্যায়ালয়ৰ সকাহৰ পিছত পৱন খেৰা
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই শনিবাৰে উচ্চতম ন্যায়ালয়ে তেওঁক জালিয়াতি আৰু মানহানিৰ অভিযোগৰ সৈতে জড়িত এটা গোচৰত আগতীয়া জামিন প্ৰদান কৰা সিদ্ধান্তক…
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছুপাৰ চিৰিজ টেনিছ প্ৰতিযোগিতাত চেম্পিয়ন খিতাপ লাভ কৰিলে অসমৰ টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে
ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত অল ইণ্ডিয়া টেনিছ এছ’চিয়েচনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছুপাৰ চিৰিজ টেনিছ প্ৰতিযোগিতাত অসমৰ উদীয়মান খেলুৱৈ ফাগুন জ্যোতিয়ে এক গৌৰৱোজ্জ্বল সফলতা কঢ়িয়াই…
উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে তৃণমূল কংগ্ৰেছে, কেন্দ্ৰীয় কৰ্মচাৰীৰ নিযুক্তি বাহাল ৰাখিলে ন্যায়ালয়ে
পশ্চিম বংগত ভোট গণনাৰ পূৰ্বে তৃণমূল কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক বৃহৎ ৰাজনৈতিক আৰু আইনী বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। অহা ৪…
চৰকাৰী মাটিত নামাজ পঢ়াটো মৌলিক অধিকাৰ নেকি? এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
ভাৰতীয় সংবিধানৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কিমান দূৰলৈ বিয়পি আছে আৰু ই জনস্বার্থ বা সামাজিক শৃংখলাৰ ওপৰত স্থান পাব পাৰে নেকি সেই সন্দৰ্ভত…