NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা: বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) এক শেহতীয়া প্ৰতিবেদন অনুসৰি, বিগত পাঁচ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ পৰিমাণত দেখা দিয়া ধাৰাবাহিক হ্ৰাসৰ অন্তত এইবাৰ…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 9:40 pm
Popular Stories

সংবাদ মাধ্যমৰ স্বাধীনতা অৱনমনক লৈ নাগৰিক সমাজৰ সন্মিলন: সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান

ৰাজ্যত শেহতীয়াভাৱে সংবাদ মাধ্যমৰ স্বাধীনতাৰ অৱনতি আৰু সাংবাদিকসকলৰ ওপৰত বৃদ্ধি পোৱা মানসিক তথা শাৰীৰিক হেঁচাক লৈ গুৱাহাটীত একত্ৰিত হোৱা সচেতন নাগৰিক সমাজে…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 8:40 pm
Popular Stories

লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৰ্ত অবিহনে মহিলা সংৰক্ষণৰ দাবী: সাংসদ পি. উইলছনৰ প্ৰস্তাৱ নাকচ

সংসদত লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অথবা নতুন লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈয়ে মহিলা সংৰক্ষণ আইন তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ দাবীত উত্থাপিত…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 7:25 pm
Popular Stories

অসমত ১৭ আগষ্টৰ পৰা লোকপিয়লৰ গৃহ তালিকাভুক্তি: প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰ সূচনা

অসমত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে লোকপিয়ল২০২৭ৰ গৃহ তালিকাভুক্তিৰ প্ৰক্ৰিয়া অহা ১৭ আগষ্টৰ পৰা আৰম্ভ হ’ব। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসৰি, এই প্ৰক্ৰিয়া…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 6:02 pm
Popular Stories

নিৰ্বাচনৰ দিনাই নিৰুদ্দেশ, অৱশেষত অৰণ্যৰ মাজত উদ্ধাৰ নিৰ্বাচনী বিষয়াৰ মৃতদেহ

কাৰ্বি আংলঙ জিলাৰ এক দুৰ্গম বনাঞ্চলত নিৰ্বাচনী দায়িত্বত থকা অৱস্থাত দহ দিন পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী পলিং বিষয়াৰ পচি যোৱা মৃতদেহ দেওবাৰে…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 4:37 pm
Popular Stories

লামডিং ৰে’লৱে কলনিত আৱৰ্জনাৰ পাহাৰ; স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি স্বত্বেও নীৰৱ কৰ্তৃপক্ষ

নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ অধীনস্থ লামডিং ৰেলৱে কলনিৰ ক্ৰছিং গেটৰ সমীপত, ইউনাইটেড ক্লাবৰ সন্মুখত আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰ অভাৱৰ ফলত  ভয়ংকৰ স্বাস্থ্যজনিত সংকটৰ সৃষ্টি…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 3:30 pm
অসম

নতুন অধ্যায় আৰম্ভ! সামৰিক শক্তি বৃদ্ধিৰ বাবে ভাৰতত ৩ হাজাৰ ৰাছিয়ান সৈন্য

ভাৰত আৰু ৰাছিয়াৰ মাজত আৰম্ভ হৈছে এক নতুন অধ্যায়। দুয়োখন দেশৰ মাজত এক ঐতিহাসিক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে, য’ত ইখনে সিখনৰ ভূখণ্ডত…

এন ই নাও নিউজ, গুৱাহাটী · April 19, 2026 1:03 pm
অসম

শূন্য সহনশীলতা প্ৰয়োজন! ন্যায়পালিকাৰ দুৰ্নীতি নিৰ্মূলৰ পোষকতা ন্যায়াধীশ নাগাৰত্নাৰ

কিছুদিন পূৰ্বে চিবিএছইৰ কিতাপত ন্যায়পালিকাৰ দুৰ্নীতিৰ কথা উল্লেখ থকাৰ বাবে উচ্চতম ন্যায়ালয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গ্ৰন্থখনৰ পৰা সমগ্ৰ…

এন ই নাও নিউজ, নতুন দিল্লী · April 19, 2026 12:21 pm
অসম

বিৰোধীক দোষাৰোপ কৰিবলৈ মোদীৰ ভাষণত কংগ্ৰেছৰ নাম ৫৯ বাৰ, মহিলাৰ প্ৰসংগ নামমাত্ৰ: সৰৱ খাৰ্গে

শুকুৰবাৰে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন…

এন ই নাও নিউজ, নতুন দিল্লী · April 19, 2026 11:13 am
অসম

মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ ২ জন

মাতাল অৱস্থাত এগৰাকী মহিলাক অশ্লীল মন্তব্য আৰু যৌন নিৰ্যাতন কৰাৰ অভিযোগ। উত্তৰ প্ৰদেশত বিজেপিৰ প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।…

এন ই নাও নিউজ,নতুন দিল্লী · April 19, 2026 9:43 am