NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

ৰন্ধন গেছৰ সংকটৰ মাজতে অনিয়মৰ বাবে অসমৰ পাঁচটা এল পি জি বিতৰকক নিলম্বন

বিতৰণ পদ্ধতিত বিসংগতি ধৰা পৰাৰ পিছতে অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে ৫টা এল পি জি বিতৰকক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে। মুখ্য সচিবৰ…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 9:09 pm
অসম

বিশ্বৰ পৰ্যবেক্ষকৰ আকৰ্ষণ অসমৰ নিৰ্বাচন; ৮ এপ্ৰিলত ৰাজ্যত উপস্থিত হ’ব প্ৰতিনিধি

আগন্তুক বিধানসভা নিৰ্বাচন পৰ্যবেক্ষণ কৰিবলৈ ৮ এপ্ৰিলৰ পৰা দুদিনৰ বাবে বিভিন্ন নিৰ্বাচন পৰিচালনা সংস্থাৰ বিদেশী প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰিব। এক আনুষ্ঠানিক…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 8:51 pm
অসম

মুখ্যমন্ত্ৰীক সকীয়ালে মীৰা বৰঠাকুৰে: “নিশা কোনে কাক হত্যা কৰিছিল আমিও প্ৰকাশ কৰিব পাৰো”

শনিবাৰে গুৱাহাটীত অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ বিৰুদ্ধে সকীয়াই দি…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 6:15 pm
Popular Stories

বিজেপিৰ আই টি চেলৰ বিৰুদ্ধে ভুৱা ‘এ আই’ ভিডিঅ’ প্ৰচাৰৰ অভিযোগ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ

নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 5:43 pm
Popular Stories

অসম সাহিত্য সভাৰ উদ্যোগত বৰেণ্য কবি অজিৎ বৰুৱাৰ জন্মশতবৰ্ষৰ কাব্যানুষ্ঠান সম্পন্ন

বৰেণ্য কবি, ঔপন্যাসিক, সমালোচক তথা অনুবাদক অজিৎ বৰুৱাৰ জন্মশতবৰ্ষ উপলক্ষে অসম সাহিত্য সভা আৰু অজিৎ বৰুৱা অনুৰাগী সমাজৰ যৌথ উদ্যোগত কালি আবেলি…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 4:48 pm
অসম

নিয়ন্ত্ৰণ হেৰুৱাই কুঁৱাত পৰিল গাড়ী; একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৰ্মান্তিক মৃত্যু

মহাৰাষ্ট্ৰৰ নাচিক শিৱাজী নগৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যু ঘটিছে। ডিন্দোৰি তালুক অঞ্চলত এখন যাত্ৰী ভৰ্তি…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 3:18 pm
Popular Stories

নিৰ্বাচনৰ প্ৰাকক্ষণত এক অশীতিপৰ বৃদ্ধৰ আত্মবিননি – গংগাপদ চৌধুৰী

নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত এগৰাকী অশীতিপৰ বৃদ্ধই দুশাৰী আত্মকথা লেখিবলৈ মন মেলিছে, কোনোবাই যদি পঢ়ে আৰু পঢ়ি উঠি এখন্তেক চিন্তা কৰে সেয়াই হ’ব…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 2:23 pm
অসম

মুখ্যমন্ত্ৰী নিমাত! শ্যামকানু মহন্তৰ সৈতে হিমন্তৰ সম্পৰ্কৰ অভিযোগৰ তদন্ত দাবী গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে শুকুৰবাৰে (৩ এপ্ৰিল) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 2:18 pm
Popular Stories

আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান: ক্ৰীড়াজগতত গভীৰ শোকৰ ছাঁ

অসম তথা ভাৰতীয় ফুটবল জগতৰ এগৰাকী মহীৰূহ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ গুৱাহাটীৰ নিজা বাসভৱনত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 1:01 pm
Popular Stories

দেশৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তথ্য গোপন কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু তথ্যৰ সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চৰকাৰী কাৰ্যালয়ত চীনা…

এন ই নাও নিউজ, গুৱাহাটী · April 4, 2026 12:28 pm