Author: এন ই নাও নিউজ, গুৱাহাটী
দেশৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তথ্য গোপন কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ
দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু তথ্যৰ সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চৰকাৰী কাৰ্যালয়ত চীনা…
ইৰানৰ দ্বাৰা দুখন আমেৰিকান সামৰিক বিমান ভূপতিত: ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ যুদ্ধ ঘোষণা
মধ্যপ্ৰাচ্যত পুনৰ ঘনীভূত হৈছে তীব্ৰ সংঘাতৰ ডাৱৰ। ইৰানৰ সেনাই দুখনকৈ আমেৰিকান সামৰিক বিমান আকাশমাৰ্গতে ভূপতিত কৰাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…
সুৰা নিষিদ্ধ বিহাৰত পুনৰ মৃত্যুৰ কিৰীলি! বিষাক্ত চুলাই খাই প্ৰাণ গ’ল ৫ জনৰ
সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ ৰাজ্য বিহাৰত পুনৰ সংঘটিত হৈছে এক শোকাবহ ঘটনা। শুকুৰবাৰে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত কমেও ৫…
বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ এন চি ই আৰ টিৰ: এতিয়াৰে পৰা প্ৰদান কৰিব পাৰিব ডিগ্ৰী, আৰম্ভ কৰিব পাৰিব নিজা পাঠ্যক্ৰম
ভাৰতৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক (NCERT) ‘মান্যতাপ্ৰাপ্ত বিশ্ববিদ্যালয়’ (Deemed-to-be-University) হিচাপে…
শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি: দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ
সংখ্যাভাৰতত শিশুসকলৰ মাজত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱক লৈ এক উদ্বেগজনক তথ্য পোহৰলৈ আনিছে বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞান পত্ৰিকা ‘লেঞ্চেট’ৰ (Lancet) শেহতীয়া এক অধ্যয়নে। এই…
‘মোক নীৰৱ কৰোৱা হৈছে, পৰাজিত নহয়’: ৰাজ্যসভাৰ পদৰ পৰা অপসাৰণৰ পিছতে আপৰ বিৰুদ্ধে সৰৱ ৰাঘৱ চাদ্দা
শুকুৰবাৰে আম আদমী পাৰ্টীৰ (আপ) জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাদ্দাই নিজৰ দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা…
ভাৰতৰ ট্ৰান্সজেণ্ডাৰ আইনক লৈ সৰৱ ৰাষ্ট্ৰসংঘ: সংগ্ৰামৰ অন্তত লাভ কৰা অধিকাৰ হেৰুৱাৰ শংকা
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে ভাৰতৰ পৰিৱৰ্তিত ট্ৰান্সজেণ্ডাৰ (ৰূপান্তৰকামী) আইনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সংস্থাটোৱে সতৰ্ক কৰি দিছে যে এই নতুন আইনী…
ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ কি লিখিছিল প্ৰাক্তন সাংসদ কিৰিপ চলিহাই?
দৌলোৎসৱৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু উত্তৰ-পূবৰ শান্তি বিঘ্নিত হোৱাৰ গুৰুতৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে…
অসম সন্মিলিত মৰ্চাৰ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীলৈ অখিল ভাৰতীয় গোৰ্খা লীগৰ বিনাচৰ্ত সমৰ্থন
আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত মধ্য গুৱাহাটী সমষ্টিত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে, সমষ্টিটোৰ অসম জাতীয় পৰিষদ (AJP) আৰু বিৰোধীৰ ‘অসম সন্মিলিত মৰ্চা’ৰ…
ট্ৰাম্পৰ ভাবুকিৰ কেইঘণ্টাৰ ভিতৰতে আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ দাবী ইৰানৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰাৰ দাবী জনোৱাৰ কেইঘণ্টামানৰ পাছত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় ৱাশ্বিংটন।…