NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

অবাস্তৱ অৰ্থনৈতিক লক্ষ্য আৰু মেৰুকৰণৰ ৰাজনীতি: তীব্ৰ সমালোচনাৰ সন্মুখীন বিজেপিৰ ২০২৬ চনৰ ‘সংকল্প পত্ৰ’

অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ৩১ মাৰ্চ, মঙলবাৰে গুৱাহাটীত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 3:33 pm
অসম

কেইছেকেণ্ডৰ ভিতৰতে সকলো শেষ; খেলৰ মাজতে ঢলি পৰি মৃত্যুক সাৱটিলে বেডমিণ্টন খেলুৱৈয়ে

খেলৰ মাজতে মৃত্যুৰ ঘটনা নতুন নহয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তেই হওক বা স্থানীয় পৰ্যায়তেই হওক, খেলৰ মাজতে সকলো ক্ষেত্ৰতে কিছুমান অভাৱনীয় ঘটনা দেখা যায়।…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 3:23 pm
অসম

মৰ্মান্তিক ঘটনা! শীতলা মন্দিৰত পদপিষ্ট হৈ ৮ জন ভক্ত নিহত, বহুকেইজন আহত

পূজা আগবঢ়োৱাৰ সময়তে ঘটিল কৰুণ পৰিণতি। বিহাৰৰ নালন্দাৰ ঐতিহাসিক শীতলা মন্দিৰত হোৱা পদপিষ্টৰ ঘটনাত কমেও ৮ জন ভক্ত নিহত হয়। আৰক্ষী আৰু…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 1:16 pm
Popular Stories

নীতি আয়োগৰ বিত্তীয় স্বাস্থ্য সূচকাংক ২০২৬: উত্তৰ-পূবৰ ভিতৰত পঞ্চম স্থানলৈ অৱনমিত অসম

শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰা বিত্তীয় স্বাস্থ্য সূচকাংক (ফিস্কেল হেল্থ ইণ্ডেক্স) ২০২৬-ত উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যসমূহৰ ভিতৰত অসমে পঞ্চম স্থান লাভ কৰিছে।…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 1:10 pm
Popular Stories

কাহিনীকাৰ, পৰিচালক চিন্ময় শৰ্মাৰ সৈতে অলপ আলাপ  -ৰিমলী বৰকটকী

বৰ্তমান সময়ত এজন লেখত ল‘বলগীয়া যুৱ চলচ্চিত্ৰ পৰিচালক চিন্ময় শৰ্মা। “এজনী ছোৱালী”, “ককাইদেউ বিন্দাছ”, “ভূত জলকীয়া”, “ভাকুটকুট” আদিৰ দৰে ছবিৰে নিজৰ নাম…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 12:44 pm
Popular Stories

চৰকাৰক প্ৰশ্ন কৰাৰ শাস্তি! নিষিদ্ধ কৰিলে ‘মলিটিক্স’, ‘নেচনেল দস্তক’ আৰু ৰাজীৱ নিগমৰ ফেচবুক পেজ

ভাৰতত ডিজিটেল সংবাদ মাধ্যম আৰু স্বাধীন কণ্ঠৰ ওপৰত পুনৰ চৰকাৰী কঠোৰ দমন দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে সংবাদ প্ৰতিষ্ঠান…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 11:28 am
Popular Stories

জল জীৱন মিছনৰ অভিযোগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম: ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্য প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘জল জীৱন মিছন‘ৰ ৰূপায়ণক লৈ সমগ্ৰ দেশৰ ভিতৰতে অসমত দ্বিতীয় সৰ্বাধিক অভিযোগ উত্থাপিত হৈছে। যোৱা ৩০ মাৰ্চত ৰাজ্যসভাত…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 8:47 am
Popular Stories

ফেচবুক আৰু ইউটিউবৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান: ছ’চিয়েল মিডিয়া আসক্তিক লৈ আইনী মেৰপেঁচত মেটা-গুগল

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান মেটা আৰু গুগল শেহতীয়াকৈ ছ‘চিয়েল মিডিয়া আসক্তি সম্পৰ্কীয় এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ আইনী গোচৰত পৰাস্ত হৈছে। ব্যৱহাৰকাৰী, বিশেষকৈ…

এন ই নাও নিউজ, গুৱাহাটী · March 31, 2026 6:55 am
Popular Stories

নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীৰ ওপৰত দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণ; তীব্ৰ গৰিহণা গৌৰৱ গগৈৰ

আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী হিংসাৰ ঘটনা। নদুৱাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীৰ ওপৰত সমষ্টিটোৰ…

এন ই নাও নিউজ, গুৱাহাটী · March 30, 2026 10:16 pm
Popular Stories

অসমৰ পৰিৱেশকৰ্মী আনন্দ আগৰৱালালৈ ‘যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা’ প্ৰদান

প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে যোৰহাটৰ বিশিষ্ট পৰিৱেশকৰ্মী আনন্দ আগৰৱালাক ‘যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা‘ৰে সন্মানিত কৰা হৈছে।…

এন ই নাও নিউজ, গুৱাহাটী · March 30, 2026 9:55 pm