Author: এন ই নাও নিউজ, গুৱাহাটী
বিচিচিআইৰ নতুন সূচী ঘোষণা: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় পুৰুষ দলটোৰ আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে পূৰ্ণাংগ সূচী প্ৰকাশ কৰিছে। এই সূচী অনুসৰি, ২০২৭ চনৰ জানুৱাৰীৰ পৰা…
নিৰ্যাতিতাৰ নাম আৰু পৰিচয় গোপন ৰখাৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰিব লাগিব: উচ্চতম ন্যায়ালয়
ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গোচৰত ভুক্তভোগীৰ পৰিচয় গোপনীয় ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে। কিন্তু দেশৰ শীর্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে…
ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা ব্যৱসায়ী চিজো জেকবে লিখি থৈ যোৱা টোকাত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ নাম
অসম বিধানসভাৰ ২০২৬ৰ নিৰ্বাচনৰ ৰণশিঙা বাজি থকাৰ মাজতেই মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ বিৰুদ্ধে উত্থাপিত এটা পুৰণি অথচ চাঞ্চল্যকৰ অভিযোগে…
ডিব্ৰুগড়ত ৯ এপ্ৰিলত ৩০০টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব অকল মহিলাই
ডিব্ৰুগড় জিলাত অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ আয়োজন চূড়ান্ত কৰা হৈছে। কৰ্তৃপক্ষই আওহতীয়া গাঁও আৰু নদী সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ ভোটাৰসকলে…
বিমান আক্ৰমণত নিহত ইৰাণৰ নৌসেনাৰ কমাণ্ডাৰ আলিৰেজা, দাবী ইজৰাইলৰ
ইৰাণৰ নৌসেনাৰ ছুপ্ৰীম কমাণ্ডাৰ আলিৰেজা টাংছিৰি নিহত হৈছে। ইজৰাইলে দাবী কৰে যে বৃহস্পতিবাৰে দক্ষিণ ইৰাণত বিমান আক্ৰমণত তেওঁ নিহত হৈছে। ইৰাণে যুদ্ধৰ…
বিপন্ন ৰূপান্তৰকামীৰ অধিকাৰ! সংসদত গৃহীত হ’লেও আইনী ‘বাধা’ৰ সন্মুখীন কেন্দ্রৰ নতুন বিধেয়কখন
মঙলবাৰে প্ৰায় বিৰোধীশূন্য লোকসভাত ৰূপান্তৰকামীৰ অধিকাৰ সংশোধনী বিধেয়কখন গৃহীত হয়। কংগ্ৰেছকে ধৰি বিৰোধী দলৰ তীব্ৰ আপত্তিৰ মাজত মাত্ৰ ডেৰ ঘণ্টাৰ আলোচনাৰ অন্তত…
লখিমপুৰৰ পাঁচখন আসনতে পোনপটীয়াকৈ মুখামুখি হ’ব বিজেপি-অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ
যোৱা ২৩ মাৰ্চত মনোনয়ন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে লখিমপুৰ জিলাৰ নিৰ্বাচনী পৰিৱেশ স্পষ্ট হৈ পৰিছে। ইয়াৰ ফলত জিলাখনৰ পাঁচোটা বিধানসভা সমষ্টিতে…
বিৰোধীৰ আপত্তি উপেক্ষা কৰি ৰাজ্যসভাত উত্থাপন চিএপিএফ বিধেয়ক; কি আছে বিধেয়কখনত?
বিৰোধীৰ তীব্ৰ হুলস্থুলৰ মাজতে বুধবাৰে কেন্দ্ৰৰ মোডী চৰকাৰে ধ্বনিভোটৰ জৰিয়তে ৰাজ্যসভাত গুৰুত্বপূৰ্ণ চিএপিএফ (CAPF) বিধেয়ক উত্থাপন কৰে। অৱশ্যে অমিত শ্বাহৰ সলনি গৃহ…
নাটনিৰ খৱৰৰ মাজতে গুৱাহাটীত ইন্ধনৰ আতংক; নিশালৈকে পেট্ৰ’ল পাম্পত তেল বিচাৰি হাহাকাৰ
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংকটৰ সাক্ষী হোৱাৰ পিছত এতিয়া কৰদাতাসকলে সম্ভাৱ্য ইন্ধনৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া হৈছে। কিন্তু এয়া প্ৰকৃততে নাটনি নে উৰাবাতৰিৰ…
ভয়ংকৰ দুৰ্ঘটনা, দাউ দাউকৈ জ্বলি উঠিল বাছ; জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ১০জনৰ মৃত্যু
বাছ আৰু ডাঙৰ ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ। বাতৰি অনুসৰি অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰমৰ ৰায়াভাৰমৰ সমীপত এনে ভয়াবহ পথ দুৰ্ঘটনাত এতিয়ালৈকে ১০ জন লোকৰ…