Author: এন ই নাও নিউজ, গুৱাহাটী
সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র
অসম বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ প্ৰশাসন পুনৰ্গঠনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ স্পষ্টকৈ কয় যে, আগন্তুক সময়ত…
দেশৰ স্কুলসমূহত বাধ্যতামূলক হ’ব নেকি যৌন শিক্ষা? পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ প্ৰস্তুতি
দেশৰ বিদ্যালয়সমূহত যৌন শিক্ষা বাধ্যতামূলক কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। কিশোৰ-কিশোৰীসকলৰ অধিকাৰ, সুৰক্ষা আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপৰ কথা…
মণিপুৰৰ পিছত এইবাৰ নাগালেণ্ড : সেনাৰ কনভয়ত ভয়ংকৰ আইইডি বিস্ফোৰণ, ১ জন জোৱান ছহিদ
মণিপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা আক্ৰমণৰ ঠিক এসপ্তাহ পিছতেই এইবাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ সুখোভিত…
কমেডিয়ান সময় ৰাইনা আৰু আন চাৰিজনক ৩ লাখ টকাকৈ জৰিমনা উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে মঙলবাৰে জনপ্ৰিয় কমেডিয়ান সময় ৰাইনাৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতে কয় যে সময় ৰাইনাই মিছা কথা কৈ আৰু আদালতক…
“আমাৰ বাবে আপোনাৰ জীয়াই থকাটো জৰুৰী, অনুগ্ৰহ কৰি অনশন প্ৰত্যাহাৰ কৰক’’, অসুস্থ সোণমক অনুৰোধ মহুৱাৰ
দিল্লীৰ যন্তৰমন্তৰত নিট প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ প্ৰতিবাদত অনশনত বহা লাডাখৰ সমাজকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে। এই পৰিস্থিতিক…
কাজিৰঙাৰ ইংলে পথাৰ কাণ্ড: ৰাজ্য চৰকাৰৰ লগতে অতুল বৰা, অখিল গগৈ আৰু আটচাক তীব্ৰ সমালোচনা জীপালৰ
কাজিৰঙাৰ ইংলে পথাৰৰ শেহতীয়া ঘটনাক্ৰমক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জীপাল কৃষক-শ্ৰমিক সংঘ। আজি বোকাখাতত এক সংবাদ মেল সম্বোধন কৰি…
ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট
মাইণ্ড গেম? নহ’লেনো কি! চলিত বিশ্বকাপত দেখুওৱা প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি ফ্ৰান্সক এতিয়ালৈকে শ্ৰেষ্ঠ দল বুলি ক’ব লাগিব। প্ৰতিদ্বন্দ্বী যিয়েই নহওক কিয়,…
বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী
অসমৰ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি ঘোষণা কৰা ১৯৩ গৰাকী ব্যক্তিক যোৱা দুবছৰত বাংলাদেশলৈ বিতাড়ন কৰা হৈছে বুলি সোমবাৰে অসম বিধানসভাত ৰাজ্য…
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ
সোমবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা ভেজাল গাখীৰৰ ব্যৱসায় উৎখাত কৰে। তাত গাখীৰত ডিটাৰজেন্ট মিহলি কৰা হৈছিল! চৰ্বিৰ পৰিমাণ বুজাবলৈ পাম অইল যোগ কৰা…
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ
ৰে’লৰ এচি কম্পাৰ্টমেণ্টত যাত্ৰা কৰিছিল এহাল দম্পতীয়ে। অভিযোগ অনুসৰি ৰে’লখনৰ পৰা নগদ ধন আৰু সোণৰ গহনা থকা এটা বেগ চুৰি হয়। বেগটোত…