Author: এন ই নাও নিউজ, গুৱাহাটী
প্ৰসিদ্ধ চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ বিৰুদ্ধে যৌন হাৰাশাস্তিৰ অভিযোগ মহিলা চলচ্চিত্ৰ নিৰ্মাতাৰ
অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰ’জী বৰাই চলিত বৰ্ষৰ আৰম্ভণিতে এক ব্যক্তিগত অনুষ্ঠানত যৌন হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে সুপৰিচিত চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ বিৰুদ্ধে।…
আক্ৰমণ নে দুৰ্ঘটনা? ইৰাকত আমেৰিকাৰ সামৰিক বিমান বিধ্বস্ত ঘটনাত ৬ গৰাকী সেনা নিহত
মধ্যপ্ৰাচ্যত চলি থকা সংঘাত ক্ৰমান্বয়ে জটিল হৈ পৰিছে। ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ এখন সামৰিক বিমান। এই ঘটনাত বিমানখনত থকা ৬ গৰাকী আমেৰিকান…
অভিনয় এৰিব সৌৰভ শুক্লাই! আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব বুলি জানিও তেওঁ কি সিদ্ধান্ত ল’লে?
দীৰ্ঘদিন ধৰি বলীউডত অভিনয়ৰ দক্ষতাৰ বাবে সুকীয়া পৰিচয় গঢ়ি তুলিছে সৌৰভ শুক্লাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছে।…
নতুন যুদ্ধৰ সূচনা! পাক সেনা ঘাটিত ব্যাপক আক্ৰমণ আফগানিস্তানৰ
দুই চুবুৰীয়া দেশ আফগানিস্তান আৰু পাকিস্তানৰ সংঘাতে এতিয়া চৰম যুদ্ধৰ ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে পাকিস্তানৰ কোহাট সীমান্তৰ সংলগ্ন অঞ্চলত তালিবান বাহিনীৰ হঠাৎ…
মোবাইল ডাটাৰ ওপৰতো কৰ আৰোপ মোডী চৰকাৰৰ! প্ৰতি জিবিত কিমান হ’ব অতিৰিক্ত খৰচ?
ডিজিটেল ইণ্ডিয়াৰ যুগত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে পুনৰ অতিৰিক্ত টকা ভৰিব লাগিব! জানিব পৰা মতে, মোডী চৰকাৰে মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত অতিৰিক্ত কৰ আৰোপ…
ইৰাক উপকূলত তেলবাহী জাহাজত আক্ৰমণ! প্ৰাণ হেৰুৱালে মুম্বাইৰ ভাৰতীয় অভিযন্তাই
ইৰাকৰ ওচৰত এখন তেলবাহী জাহাজত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন ভাৰতীয় মেৰিন ইঞ্জিনিয়াৰৰ মৃত্যু হৈছে। মৃত দেও নন্দন প্ৰসাদ সিং (৫৬) মূলতঃ বিহাৰৰ বাসিন্দা…
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান: ৬ এপ্ৰিলত ঘোষণা হ’ব ঐতিহাসিক ৰায়
২০১৮ চনৰ পৰা সমগ্ৰ অসমক জোকাৰি যোৱা অভিজিত নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। দীর্ঘ আঠ…
টীয়কৰ বাদুলী পুখুৰীত শোকাৱহ পথ দুৰ্ঘটনা : দুই মহিলাৰ থিতাতে মৃত্যু
শুকুৰবাৰে টীয়কৰ বাদুলী পুখুৰীত সংঘটিত হয় এক অতি শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুগৰাকী মহিলাই। এই দুৰ্ঘটনাত মৃত্যু হোৱা মহিলা…
জুবিন গাৰ্গৰ নামেৰে নামাকৰণ হ’ল নতুন উদ্ভিদ প্ৰজাতি, অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ
অসমৰ বনাঞ্চলৰ পৰা পোহৰলৈ আহিছে এক সুখবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে অসমৰ পৰিৱেশত আৱিষ্কাৰ কৰিছে এটা নতুন উদ্ভিদ প্ৰজাতি। এই নতুন…
চিলিণ্ডাৰৰ বাবে হাহাকাৰ: দীঘলীয়া শাৰীত ৰৈ প্ৰাণ হেৰুৱালে বৃদ্ধই
দেশৰ বিভিন্ন প্ৰান্তত এতিয়া এল পি জি চিলিণ্ডাৰৰ নাটনিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। গেছ চিলিণ্ডাৰৰ বাবে দীঘলীয়া শাৰীত ৰৈ থকাৰ সময়তে পঞ্জাৱৰ…