Author: এন ই নাও নিউজ, গুৱাহাটী
কৰ্কট ৰোগ আৰু দৃষ্টিশক্তিৰ সীমাবদ্ধতাক পৰাস্ত কৰি আই এ এছ বিষয়া হ’ল সঞ্জয় দহৰীয়া
ছত্তীশগড়ৰ মহাছামুণ্ড জিলাৰ বেল্টুক্ৰী নামৰ এখন দুৰ্গম গাঁৱৰ পৰা অহা সঞ্জয় দহৰীয়াই যি আদৰ্শ স্থাপন কৰিছে, সেয়া সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। অতি সাধাৰণ পৰিয়ালত…
আমেৰিকাক ভাৰতৰ তথ্য বিক্ৰী কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ, চৰকাৰী নীতিৰ ওপৰতো তুলিলে প্ৰশ্ন
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ পাছত ভাৰতীয় নাগৰিকৰ মূল্যবান…
ইউপিএছচি পৰীক্ষাত একে ৰোল নম্বৰৰ দুগৰাকী প্ৰাৰ্থী: ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তি
শেহতীয়াকৈ প্ৰকাশ পোৱা ২০২৫ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফলক লৈ সমগ্ৰ দেশতে এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলাফল ঘোষণাৰ পিছত দেখা গ’ল…
চৌদি আৰবৰ কঠোৰ সকিয়নীৰ পিছতেই সুৰ সলালে তেহৰানে: চুবুৰীয়া ৰাষ্ট্ৰৰ ওচৰত ক্ষমা খুজিলে ইৰানৰ ৰাষ্ট্ৰপতিয়ে
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযানৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পশ্চিম এছিয়াৰ কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত মিছাইল আক্ৰমণ চলোৱাৰ বাবে অৱশেষত ক্ষমা বিচাৰিলে…
বিদেশী ভাষা শিক্ষাত নতুন সংযোজন: তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব জাপানীজ পাঠ্যক্ৰম
অসমত বিদেশী ভাষা শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। উচ্চশিক্ষাৰ…
নিৰ্লিপ্ত বন বিভাগ! অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই বহিঃৰাজ্যলৈ হাতী সৰবৰাহ
কি কৰিছে অসমৰ বন বিভাগে? কিয় এতিয়াও নিৰ্লিপ্ত ভূমিকা লৈছে অসম চৰকাৰে? অসমৰ পৰা কোনো ধৰণৰ চৰকাৰী অনুমতি নোলোৱাকৈ ৰাজস্থানলৈ এটা অৰ্ধ…
নিৰ্বাচনমুখী বংগত মমতাৰ ‘উপহাৰ’: দশম শ্ৰেণী উত্তীৰ্ণ নিবনুৱাই মাহেকত লাভ কৰিব ১৫০০ টকা
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক বিশেষ ঘোষণা কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ জানিবলৈ দিয়ে যে এতিয়াৰ পৰা ৰাজ্যখনৰ দশম…
তামিলনাডু চৰকাৰৰ বিতৰ্কিত ভূমি আইন: পাৰন্দুৰ বিমানবন্দৰ প্ৰকল্পক লৈ ঘনীভূত হৈছে পৰিৱেশ সংকটৰ আশংকা
তামিলনাডু চৰকাৰে কাঞ্চীপুৰম জিলাৰ প্ৰস্তাৱিত পাৰন্দুৰ গ্ৰীণফিল্ড বিমানবন্দৰক শেহতীয়াকৈ ২০২৩ চনৰ তামিলনাডু ভূমি একত্ৰীকৰণ (বিশেষ প্ৰকল্পৰ বাবে) আইনৰ অধীনত ‘বিশেষ প্ৰকল্প’ হিচাপে…
গুৱাহাটীৰ বায়ু প্ৰদূষণক লৈ ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত বক্তৃতানুষ্ঠান
বিগত কেইটামান সপ্তাহ ধৰি গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদূষণে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আনকি মহানগৰখনৰ বায়ুৰ গুণাগুণ সূচাংকই দেশৰ ৰাজধানী দিল্লীকো অতিক্ৰম…
অসমৰ বয়ন শিল্পলৈ কেইৰ্ণৰ অভূতপূৰ্ব অৱদান
অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু পৰম্পৰাগত হস্ততাঁত শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে কেইৰ্ণ অইল এণ্ড গেছে। চলিত বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত…