Author: এন ই নাও নিউজ, গুৱাহাটী
শ্ৰীলংকাৰ উপকূলত ডুবিল ইৰাণৰ যুদ্ধজাহাজ: ১০০ ৰো অধিক নৌসেনা নিৰুদ্দেশ, বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ
বুধবাৰে ভাৰত মহাসাগৰত শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ সমীপত ইৰাণৰ নৌসেনাৰ এখন জাহাজ আক্ৰমণৰ সন্মুখীন হৈ ডুব যোৱাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।…
শক্তি খণ্ডৰ পৰিৱৰ্তন আৰু প্ৰব্ৰজিত শ্ৰমিক: পোহৰলৈ আহিছে নিৰ্যাতনৰ শতাধিক গোচৰ
বিশ্বজুৰি শক্তি খণ্ডৰ পৰিৱৰ্তনৰ সৈতে জড়িত উদ্যোগসমূহত কৰ্মৰত প্ৰব্ৰজিত শ্ৰমিকসকল ব্যৱস্থাগত নিৰ্যাতনৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ প্ৰকাশিত এক বিশ্লেষণাত্মক প্ৰতিবেদন…
ট্ৰেফিক আইন উলংঘাৰ বাবে মহেন্দ্ৰ সিং ধোনীক জৰিমনা
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী পুনৰ চৰ্চালৈ আহিছে। এইবাৰ তেওঁৰ চৰ্চাৰ কাৰণ কোনো খেল নহয়, বৰঞ্চ ট্ৰেফিক আইন উলংঘাৰ…
মোদীৰ এটা সন্মতিৰ অপেক্ষাত ৰাছিয়া: ভাৰতৰ জলসীমাৰ ওচৰত উপস্থিত ৯৫ লাখ বেৰেল ৰাছিয়াৰ তেল
মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ পৰিৱেশে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ইন্ধন সংকটৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে…
বেনামী সম্পত্তি ৰক্ষা কৰিবলৈ দেৱলীয়া আইনৰ আশ্ৰয় ল’ব নোৱাৰিব: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
বেনামী আইনৰ অধীনত বাজেয়াপ্ত হোৱা বে-আইনী বা দাগ লগা সম্পত্তি ৰক্ষা কৰিবলৈ কোনো প্ৰতিষ্ঠানে দেৱলীয়া বিধি, ২০১৬ (IBC)-ৰ দোহাই দি আইনী ব্যৱস্থাৰ…
ইডেনত কিৱি বাহিনীৰ দপদপনি: পুনৰ বিভংগ দক্ষিণ আফ্ৰিকাৰ বিশ্বকাপৰ সপোন
ইডেনত পুনৰ ভাগ্য সলনি নহ’ল দক্ষিণ আফ্ৰিকাৰ। চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ অপৰাজেয় যাত্ৰা অব্যাহত ৰখা আইডেন মাৰ্কৰামৰ দলটোৱে নকআউট পৰ্যায়ত আহি…
পাকিস্তানী নৱজাতকৰ বিৰল শাৰীৰিক বিসংগতি: একেলগে দুটা লিংগ কিন্তু নাই মলদ্বাৰ
পাকিস্তানত শেহতীয়াকৈ এটি অতি বিৰল নৱজাতকৰ জন্ম হৈছে যিয়ে চিকিৎসা বিজ্ঞানৰ জগতত সকলোকে আচৰিত কৰি তুলিছে। এই শিশুটিৰ জন্মগতভাৱে দুটা লিংগ আছে…
যোৰহাটত হাই-প্ৰফাইল নিৰ্বাচনী যুঁজৰ সম্ভাৱনা: গৌৰৱ গগৈৰ বিৰুদ্ধে নাম চৰ্চালৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ
ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যোৰহাট। মঙলবাৰে নিশা কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে যোৰহাটৰ…
এপিএছচিৰ বিজ্ঞাপনক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি: কোচিং চেণ্টাৰৰ পৰা আঁতৰিব লাগিব সফল প্ৰাৰ্থীৰ ফটো
বুধবাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। শ্ৰীমন্ত…
বিহাৰত পুনৰ মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তনৰ জল্পনা-কল্পনা: ৰাজ্যসভালৈ যাব নেকি নীতিশ কুমাৰ?
বিহাৰৰ ৰাজনৈতিক মহলত বৰ্তমান এক ব্যাপক খলকনিৰ সৃষ্টি হৈছে। বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অতি শীঘ্ৰেই…