NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

দেশ

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চাঞ্চল্যকৰ ঘটনা : নিৰুদ্দিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ বিৰিয়ানীৰ দোকানৰ ফ্ৰীজাৰত

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এক অতি মৰ্মান্তিক আৰু ৰহস্যজনক ঘটনা পোহৰলৈ আহিছে যিয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শনিবাৰৰ পৰা সন্ধানহীন…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 9:30 pm
অসম

তিনিচুকীয়া জিলাত তিনিচুকীয়া নগৰ, মাকুম, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটাত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ ‘সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা আজি তিনিচুকীয়া জিলাত প্ৰৱেশ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 8:39 pm
অসম

তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড: কেইবাটাও বাসগৃহ ভস্মীভূত, চিলিণ্ডাৰ বিস্ফোৰণত আতংক

তিনিচুকীয়া চহৰৰ আনন্দ নগৰত সোমবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত অঞ্চলটোৰ কেইবাটাও ভাড়াঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। ৰজা আলী…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 8:14 pm
Popular Stories

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৫৭ শতাংশ পদ খালী: ব্যাহত হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ কাম-কাজ

দেশৰ শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (NCERT) বৰ্তমান আধাৰো অধিক অনুমোদিত পদ দীৰ্ঘদিন ধৰি খালী হৈ থকাৰ এক…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 8:14 pm
Popular Stories

ইৰাণে আগতীয়াকৈ আক্ৰমণ কৰাৰ কোনো চোৰাংচোৱা তথ্য নাছিল; পেন্টাগনৰ বিস্ফোৰক স্বীকাৰোক্তি

ইৰাণৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ সামৰিক অভিযানক লৈ এতিয়া আমেৰিকাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পেন্টাগনৰ বিষয়াসকলে আমেৰিকাৰ কংগ্ৰেছৰ সদস্যসকলৰ সৈতে এক…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 7:40 pm
Popular Stories

আদানী গ্ৰুপৰ কয়লা প্ৰকল্পৰ বাবে ৫.৭০ লাখ গছ কটাৰ অনুমতি: কেন্দ্ৰ আৰু মধ্যপ্ৰদেশ চৰকাৰলৈ এন জি টিৰ জাননী

মধ্যপ্ৰদেশৰ ছিংগৰৌলী জিলাত আদানী গ্ৰুপক আবণ্টিত এটা কয়লা খনিৰ বাবে প্ৰদান কৰা পাৰিপাৰ্শ্বিক অনুমোদনক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) কেন্দ্ৰীয়…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 7:31 pm
অসম

অসমৰ কেইবাটাও প্ৰান্তত পৃথক পৃথক দুৰ্ঘটনা : চাৰি গৰাকী নিহত

অসমৰ বিভিন্ন প্ৰান্তত দেওবাৰ আৰু শনিবাৰে নিশা সংঘটিত হোৱা কেইবাটাও পথ দুৰ্ঘটনাত অতি কমেও চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবাজনো আহত হৈছে।…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 6:50 pm
Popular Stories

মধ্যপ্ৰাচ্যৰ সংঘাতৰ প্ৰভাৱ: অসমৰ অৰ্থডক্স চাহৰ ৰপ্তানিক লৈ গভীৰ আশংকাত চাহ উদ্যোগ

ইৰান আৰু মধ্যপ্ৰাচ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা সামৰিক সংঘাতে ভাৰতীয় চাহ উদ্যোগৰ লগতে বিশেষকৈ অসমৰ অৰ্থনীতিলৈ এক গুৰুতৰ সংকটৰ আগজাননী কঢ়িয়াই আনিছে। অসমৰ…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 6:44 pm
Popular Stories

গোলাঘাটৰ টেঙানিত খৰাং পৰিস্থিতি: বৰষুণৰ অভাৱত বিপন্ন দুই হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱিকা

বিগত প্ৰায় ছমাহ ধৰি বৰষুণ নোহোৱাৰ ফলত গোলাঘাট জিলাৰ সৰুপথাৰ মহকুমাৰ অন্তৰ্গত টেঙানি অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল তীব্ৰ সংকটৰ সন্মুখীন হৈছে। প্ৰখৰ…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 5:19 pm
Popular Stories

এছ বি এল এনাৰ্জী লিমিটেডৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ: ১৮ জনৰ মৃত্যু, নিৰাপত্তাজনিত ত্ৰুটিৰ অভিযোগ

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ এটা কাৰখানাত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে। জিলাখনৰ কাটোল তহচিলৰ ৰাউলগাঁৱত অৱস্থিত ‘এছ বি এল এনাৰ্জী লিমিটেড’ নামৰ বিস্ফোৰক…

এন ই নাও নিউজ, গুৱাহাটী · March 2, 2026 4:14 pm