Author: এন ই নাও নিউজ, গুৱাহাটী
কুৱেইটত ‘কেইবাখনো’ আমেৰিকাৰ যুদ্ধ বিমান বিধ্বস্ত; নিশ্চিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে
কুৱেইটত বিধ্বস্ত হৈছে আমেৰিকাৰ কেইবাখনো যুদ্ধ বিমান। স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা সেইবোৰ বিধ্বস্ত হয়। ইয়াৰ ভিতৰত এখন আমেৰিকাৰ এফ-১৫ যুদ্ধবিমানো আছে।…
শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ; সোপাঢিলা SIT-কলৈ হতাশ অনুৰাগী
জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত কামৰূপ মহানগৰ জিলা আৰু সত্ৰ আদালতে সোমবাৰে অভিযুক্ত শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিয়ে। শুনানিৰ…
মাতাল মাৰ্চিডিজ চালকে খুন্দা মাৰিলে ট্ৰেফিক কনিষ্টবলক; বনেটত লৈ গ’ল প্ৰায় ১ কিলোমিটাৰ
শনিবাৰে পুৱা হায়দৰাবাদৰ আই টি হাব গচিবৌলি অঞ্চলত মদ্যপান কৰি বেপৰোৱাভাৱে গাড়ী চলোৱাৰ এটা গোচৰ পোহৰলৈ আহে, যাৰ ফলত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি…
নুৰ খান বিমান ঘাটিকে ধৰি পাকিস্তানৰ একাধিক স্থানত তালিবানৰ বিমান আক্ৰমণ; আৰু কঠোৰ প্ৰত্যুত্তৰৰ সকীয়নি
ইছলামবাদৰ সকীয়নিক গুৰুত্বই নিদিলে তালিবান চৰকাৰে। পশ্চিম এছিয়াত ইৰাণ-আমেৰিকাৰ যুদ্ধৰ মাজতে পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাইছে তালিবানে। আফগানিস্তানত হোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ…
আকৌ আন এখন দেশত আক্ৰমণ ইজৰাইলৰ; যুদ্ধৰ ক’লা ডাৱৰেৰে আছন্ন হৈ পৰিছে আকাশ
ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যুৰ ফলত পশ্চিম এছিয়া অস্থিৰ হৈ পৰিছে। এই পৰিবেশত হিজবুল্লাহ উগ্ৰপন্থী সংগঠনটোৱেও ইৰাণৰ হৈ যুদ্ধত প্ৰৱেশ কৰিছে।…
‘বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ’, যন্তৰ মন্তৰৰ পৰা দাবী কেজৰিৱালৰ
আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত সকাহ লাভ কৰিছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। ইয়াৰ পিছতে দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত দলৰ বৃহৎ সমাৱেশত যোগদান কৰে।…
যুদ্ধৰ বিভীষিকা! ওমানত ইৰাণৰ আক্ৰমণৰ বলি ১৫ ভাৰতীয়, আন্তঃৰাষ্ট্ৰীয় মহলত জোকাৰণি
পশ্চিম এছিয়াৰ পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে। শেহতীয়াকৈ সংঘাতৰ পৰিৱেশত ওমানৰ উপকূলত তেল টেংকাৰত ড্ৰ’ন আক্ৰমণৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মহলত এক নতুন উদ্বেগৰ…
মহাকাব্যিক ইনিংছ, সঞ্জুৰ ধুমুহাত বিধ্বস্ত ৱেষ্ট ইণ্ডিজ; ছেমিফাইনেল পালেও ভাৰতৰ আছে কিছু উদ্বেগ
বিজয়ী বাউণ্ডেৰী কোবাই সঞ্জু চেমছনে হেলমেটটো খুলি আঁঠু কাঢ়ি বহিছিল। দুয়োখন হাত ওপৰলৈ তুলি ভগৱানক ধন্যবাদ দিয়াৰ ভংগীত আকাশলৈ চালে। গেলেৰীত দৰ্শকৰ…
ইৰাণৰ মিনাব চহৰৰ প্ৰাথমিক বিদ্যালয়ত বিমান আক্ৰমণত শতাধিক শিশু নিহত: ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী
দক্ষিণ ইৰাণৰ হৰমজগান প্ৰদেশস্থিত মিনাব চহৰৰ এখন প্ৰাথমিক বালিকা বিদ্যালয়ত ইজৰাইলে চলোৱা এক ভয়াৱহ বিমান আক্ৰমণত প্ৰায় ১৪৮ গৰাকী ছাত্ৰী নিহত হোৱাৰ…
অসম ৰাজ্যিক চিৰিয়াখানাত নিয়মবহিৰ্ভূতভাৱে ১৪ বছৰে একেজন পেথ’লজিষ্ট: বিশেষ অৰ্হতা অবিহনে নিযুক্তি লাভৰ অভিযোগ
অসম ৰাজ্যিক চিৰিয়াখানাত পশু চিকিৎসা পেথ’লজিষ্টৰ নিযুক্তিৰ নামত দীৰ্ঘদিন ধৰি চলি থকা এক অনিয়মৰ তথ্য পোহৰলৈ আহিছে। গুৱাহাটীৰ এই উদ্ভিদ উদ্যান তথা…