Author: এন ই নাও নিউজ, গুৱাহাটী
আই আই টিৰ প্ৰতিবেদনৰ পাছতেই কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত: সাময়িকভাৱে বন্ধ হ’ল পুষ্টিযুক্ত চাউলৰ বিতৰণ
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, খড়গপুৰৰ এক শেহতীয়া অধ্যয়নৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে কল্যাণমূলক আঁচনিসমূহৰ অধীনত পুষ্টিযুক্ত চাউলৰ বিতৰণ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।…
কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি: বন অধিকাৰ আইনৰ কাৰ্যকৰীকৰণৰ বাবে একত্ৰিত হ’ব সকলো বিভাগ
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বন অধিকাৰ কোষক এক নতুন ৰূপ দিয়াৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে। বন অধিকাৰ আইন ২০০৬ অধিক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ…
ৰঞ্জী ট্ৰফীত জম্মু-কাশ্মীৰ ঐতিহাসিক জয়: নিজৰ ঘৰতে দৰ্পচূৰ্ণ কৰ্ণাটকৰ
কৰ্ণাটক আৰু জম্মু-কাশ্মীৰৰ মাজত অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফী ফাইনেলৰ চতুৰ্থ দিনটো ক্ৰীড়া প্ৰেমীৰ বাবে আছিল অতি উত্তেজনাপূৰ্ণ। খেলৰ শেষৰ ফালে বিজয়কুমাৰ ব্যশাক…
এইবাৰ ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ ইৰাণৰ; ঘূৰি আহিল টেল আভিভমুখী এয়াৰ ইণ্ডিয়াৰ বিমান
ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলালে ইৰাণে। ইজৰাইলে মাজ আকাশতে ইৰাণৰ কেইবাটাও ক্ষেপণাস্ত্ৰ ধ্বংস কৰে। ইজৰাইলৰ বহু ঠাইত পুনৰ বিস্ফোৰণৰ শব্দ শুনা গ’ল। উল্লেখ্য…
উজনি অসমত বৃদ্ধি পাইছে অবৈধ কয়লা খনন: ডিগবৈত চাৰিখন বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীতকৰণৰ দাবী পৰিৱেশকৰ্মীৰ
উজনি অসমৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অবৈধ কয়লা খননৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত চাৰিখন স্পৰ্শকাতৰ সংৰক্ষিত…
ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ থাকিলেও বিদেশ ভ্ৰমণৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰিঃ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দান
এফ আই আৰ থাকিলেও বিদেশ ভ্ৰমণৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰি বুলি দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আদালতৰ মতে এজন…
গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা
অহা ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি এতিয়া গৰম হৈ পৰিছে। বিশেষকৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এইবাৰ যোৰহাট…
ইৰাণৰ ওপৰত ইজৰাইলৰ বৃহৎ আক্ৰমণ! ধাৰাবাহিক বিস্ফোৰণৰ শব্দত কঁপিছে তেহৰাণ, বাজিছে চাইৰেন
আৰব বিশ্বত পুনৰ যুদ্ধৰ দামামা। শনিবাৰে পুৱা ইৰাণৰ ৰাজধানী তেহৰাণত একাধিক বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ পিছত ইজৰাইলে ঘোষণা কৰে যে ইৰাণৰ…
ভাৰত মহাসাগৰত কূটনৈতিক সংকট; ভাৰতৰ দুখন বন্ধু দেশৰ মাজত বিবাদ তুংগত
ভাৰত মহাসাগৰত চাগোছ দ্বীপপুঞ্জক লৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিবাদ। এই পৰিস্থিতিত ২৭ ফেব্ৰুৱাৰীত মৰিচাছ চৰকাৰে এক বৃহৎ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকে…
গুৱাহাটীৰ গণেশগুৰিত মাজনিশাৰ ৰক্তাক্ত সংঘৰ্ষ : প্ৰাক্তন উপায়ুক্তৰ পুত্ৰসহ ৭ জন আটক
গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত যোৱা বৃহস্পতিবাৰে মাজনিশা দুই ফৈদৰ মাজত এক ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। এই ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত…