Author: এন ই নাও নিউজ, গুৱাহাটী
আশা কৰ্মীসকলক স্কুটী আৰু অৰুণোদয়ৰ হিতাধিকাৰীক ৯০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ
অসমৰ স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰিবলৈ আৰু লাখ লাখ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৬ ফেব্ৰুৱাৰীত কেতবোৰ ডাঙৰ…
‘ধৰ্মান্তৰিত খ্ৰীষ্টান’ৰ প্ৰৱেশ নিষিদ্ধ কৰা গ্ৰামসভাৰ আদেশত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে
ছত্তীশগড়ৰ কাংকেৰ জিলাত খ্ৰীষ্টান ধৰ্মগুৰু আৰু ধৰ্মান্তৰিত আদিবাসীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰি লগোৱা হৰ্ডিংসমূহৰ বিৰুদ্ধে দাখিল কৰা আবেদন শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি…
যোৰহাটত কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা : হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ হোৱা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় আজি যোৰহাট জিলাত উপস্থিত হয়। সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আৰম্ভ…
ভূমি পট্টাৰ দাবীত ডিফলু চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
অসমৰ বোকাখাতত অৱস্থিত ডিফলু চাহ বাগিচাত সোমবাৰে পুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভূমি পট্টা আবণ্টনৰ দাবীত বাগিচাখনৰ শ শ শ্ৰমিকে একত্ৰিত…
সপ্তম কাজিৰঙা জলচৰ পক্ষী গণনা: দেখা পোৱা গ’ল বিৰল ‘স্মিউ’ হাঁহৰ জাক
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সম্পন্ন হোৱা সপ্তম বাৰ্ষিক জলচৰ পক্ষী গণনাৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। যোৱা ২২ ফেব্ৰুৱাৰীত…
ইন্দোৰত গেছ চিলিণ্ডাৰ লিক হৈ ভয়ংকৰ কাণ্ড
মধ্যপ্ৰদেশৰ ইন্দোৰত এটা পুৰণি চিলিণ্ডাৰ কাটি থকা অৱস্থাত গেছ নিৰ্গত হৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে নিশা ৰাওজি বজাৰ থানা এলেকাত…
উচ্চ ন্যায়ালয়ৰ কাম-কাজত অধিক গতিশীলতা আনিবলৈ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ সিদ্ধান্তঃ কেইবাজনো নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱ
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দেশৰ উচ্চ ন্যায়ালয়সমূহৰ কাম-কাজৰ গতিশীলতা আৰু প্ৰশাসনৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে এক নতুন পদক্ষেপ হাতত লৈছে। মুখ্য…
হৰিয়ানাত শ্ৰমিকৰ প্ৰাপ্যৰ বাবে চলিছে তীব্ৰ সংগ্ৰাম আৰু ইণ্ডিয়ান অইলৰ শ্ৰমিকক পূৰ্ণ সমৰ্থন দিছে চি আই টি ইউয়ে
হৰিয়ানাত থকা ৰাষ্ট্ৰীয় তেল সংস্থা ইণ্ডিয়ান অইলৰ শ্ৰমিকসকলে নিজৰ নূন্যতম অধিকাৰৰ দাবীত এক সাহসী আন্দোলন গঢ়ি তুলিছে। এই সংগ্ৰামক সম্পূৰ্ণ সমৰ্থন জনাইছে…
উৰ্বশীৰ জন্মদিনত ১৬ কোটি টকাৰ কেক! দেখি চকু কপালত উঠিল নেটিজেনৰ; ইয়াত ইমান কি আছে?
বিতৰ্ক আৰু সমালোচনা উৰ্বশী ৰাউটেলাৰ সমাৰ্থক। প্ৰায়েই বিতৰ্কৰ সৃষ্টি কৰি লাইমলাইটত থাকে! মডেল-অভিনেত্ৰীগৰাকীৰ কাৰ্যকলাপক ট্ৰলিঙেও একেবাৰে এৰি নিদিয়ে। বিতৰ্কিত মন্তব্যৰ বাবে শিৰোনামত…
পৰিৱেশ আদালতৰ স্থিতি সলনি: ২০২০ চনৰ পৰা ২০২৫চনলৈ উদ্যোগপতিৰ পক্ষত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধিক ৰায়দান
২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টিৰ কাম-কাজ আৰু ৰায়দানৰ ধাৰাত এক ডাঙৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে।…