Author: এন ই নাও নিউজ, গুৱাহাটী
ভোপালত ভয়ংকৰ যৌন ৰেকেটৰ উন্মোচন: দুই ভগ্নীৰ জালত পৰি সৰ্বস্ব হেৰুৱালে বহু যুৱতীয়ে
ভোপালত পোহৰলৈ আহিছে এক অতি ভয়ংকৰ আৰু ঘৃণনীয় কাণ্ড। চাকৰিৰ প্ৰলোভন দি যুৱতীসকলক ড্ৰাগছ খুৱাই ধৰ্ষণ কৰা আৰু বলপূৰ্বক ধৰ্মান্তৰ কৰোৱা এটা…
বঙাইগাঁৱত ‘অভিযোগনামা’সন্দৰ্ভত বিধায়ক প্ৰদীপ সৰকাৰ, অমন ৱাদুদৰ সংবাদমেল
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক প্ৰদীপ সৰকাৰ আৰু সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ অমন ৱাদুদে আজি বঙাইগাঁৱত সংবাদমেল সম্বোধন কৰি যোৱা ১৯…
আয়াৰলেণ্ডত ভাৰতীয় শিক্ষাৰ্থীক চূড়ান্ত অপমান! ফুড বেংকৰ লাইনত বৰ্ণবৈষম্যমূলক আচৰণৰ ভিডিঅ’ ভাইৰেল
প্ৰথম বিশ্বৰ উন্নত দেশ আয়াৰলেণ্ডত শেহতীয়াকৈ এক বিশেষ ছবিয়ে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ছবিখনক কেন্দ্ৰ কৰি দেশখনত…
হিমন্ত বিশ্ব শৰ্মাৰ ‘ঘৃণা বিয়পোৱা ভাষণ’ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, অসম…
মোদী-বিজয়নৰ ‘বন্ধুত্ব’ৰ বাবেই কেৰালাৰ নাম সলনি কৰিবলৈ অনুমোদন পালে! বিজেপি-বাওঁপন্থীৰ বিৰোধিতাৰ অভিযোগ মমতাৰ
কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ২০২৪ চনত কেৰালা…
চাপৰত শোকাকুল পৰিৱেশ: দ্ৰুতবেগী বাছৰ খুন্দাত ছাত্ৰীৰ মৃত্যুৰ
অসমৰ চাপৰত শেহতীয়াকৈ এক গভীৰ শোকাকুল আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ ১৭ ত তীব্ৰবেগী বাছৰ চৰম বেপৰোৱা চালনাক কেন্দ্ৰ কৰি…
বেংকৰ পৰা উধাও ৫৯০ কোটি টকা, কেনেকৈ সম্ভৱ হ’ল দেশৰ আটাইতকৈ ডাঙৰ বেংক জালিয়াতি?
দেশৰ বেংকিং খণ্ডত এক বৃহৎ জালিয়াতিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাৰিয়ানা চৰকাৰৰ এটা বেংক একাউণ্টৰ পৰা হঠাতে ৫৯০ কোটি টকা নোহোৱা…
দিল্লীত এ আই সন্মিলনত অৰ্ধনগ্ন প্ৰতিবাদ, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিব, সতীৰ্থৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে
দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এ আই সন্মিলনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। সন্মিলন চলি থকাৰ মাজতে যুৱ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে অৰ্ধনগ্ন…
ভিক্টৰৰ অশ্লীল বাক্যবাণ আৰু অখিলৰ খিলখিল হাঁহি
অসমৰ ৰাজনীতি এতিয়া তীব্ৰ উৎকণ্ঠাৰ মাজেৰে পাৰ হৈছে কাৰণ কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য গঠনৰ চৰ্চা চলি থকাৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা…
কেৰালাৰ ন্যায়িক ইতিহাসত এক নব্য অধ্যায়: প্ৰথমগৰাকী দৃষ্টিহীন মহিলা ন্যায়াধীশ হ’বলৈ সাজু থানিয়া নাথান
কেৰালাৰ ন্যায়িক ইতিহাসত এক অভূতপূৰ্ব ঘটনা ঘটিবলৈ গৈ আছে। ৰাজ্যখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী দৃষ্টিহীন মহিলাই ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু…