NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

অসমত নিৰ্মাণ হ’ব দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো ৰে’ল-পথ সংযোগী সুৰংগ: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেন্দ্ৰীয় চৰকাৰৰ এক যুগান্তকাৰী সিদ্ধান্তৰ ফলত অসমত নিৰ্মাণ হ’বলৈ গৈ আছে দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো ৰে’ল আৰু পথ যুক্ত নদী সুৰংগ।…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 1:21 pm
Uncategorized

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিব ভাৰতে! মাৰ্কিন বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ মন্তব্যত জোকাৰণি

আমেৰিকাৰ হেঁচাৰ পাছত ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিব নেকি তাক লৈ এতিয়া বিশ্ব ৰাজনীতিত চৰ্চা চলিছে। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 12:30 pm
Popular Stories

মা কামাখ্যা কৰিডৰ নিৰ্মাণত থকা বাধা আঁতৰিলঃ গুৱাহাটী হাইকোৰ্টৰ সেউজ সংকেত

গুৱাহাটীৰ নীলাচল পাহাৰত থকা ঐতিহ্যমণ্ডিত মা কামাখ্যা মন্দিৰৰ প্ৰস্তাৱিত প্ৰৱেশ কৰিডৰ প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা সকলো আইনী বাধা এতিয়া আঁতৰ…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 11:39 am
অসম

উৰণীয়া সেঁতুত ভয়ংকৰ দুৰ্ঘটনা, বাছত খুন্দা মাৰি বিধ্বস্ত গাড়ী; ৫ জন যুৱকৰ কৰুণ মৃত্যু

শনিবাৰে মাজ নিশা বেংগালুৰুৰ জিন্দাল ফ্লাই অভাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায়…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 11:33 am
Popular Stories

NEET-ৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, প্ৰাক্তন আইপিএছৰ ঘৰত তালাচী চিবিআইৰ

যোৱা মাহত পাটনাৰ এটা হোষ্টেলত নিট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীৰ সন্দেহজনক মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 11:22 am
Popular Stories

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বাংলাদেশৰ আমন্ত্ৰণ: ১৭ ফেব্ৰুৱাৰীত তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠান

অহা ১৭ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে। বাংলাদেশ জাতীয়তাবাদী দলৰ নৱনিৰ্বাচিত মুৰব্বী…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 10:38 am
অসম

সন্ধানহীন হোৱাৰ ৬ দিনৰ পিছত উদ্ধাৰ কেলিফৰ্ণিয়াত অধ্যয়নৰত মেধাবী ভাৰতীয় ছাত্ৰৰ মৃতদেহ

আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্ধানহীন হোৱা ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। নিহত ছাত্ৰজনৰ নাম ছাকেথ শ্ৰীনিবাসিয়া (২২)। তেওঁ যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 10:18 am
অসম

‘কোনো ফেচিবাদী শক্তিয়ে যাতে মূৰ তুলিব নোৱাৰে’; বাংলাদেশৰ দায়িত্ব লোৱাৰ পূৰ্বে তাৰিক ৰহমানৰ বাৰ্তা

তীব্ৰ ভাৰত বিৰোধী জামাত মিত্ৰজোঁটক পৰাস্ত কৰি বাংলাদেশত ক্ষমতালৈ আহিছে বিএনপি। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ঐক্যৰ আহ্বান জনাইছে তাৰিক…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 9:10 am
অসম

পুটিন বিৰোধী নাভালনিক বিশেষ প্ৰজাতিৰ ভেকুলীৰ বিষ দি হত্যা? সৰৱ ৪ ইউৰোপীয় দেশ, ক’ত আছে ডাৰ্ট ফ্ৰগ?

আলেক্সি নাভালনিক আৰ্কটিক পেনাল কলনীত কাৰাবন্দী কৰা হৈছিল। মূলতঃ তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কঠোৰ বিৰোধী হিচাপে বিশ্ববাসীৰ পৰিচিত আছিল। পুটিনৰ সমালোচক…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 8:17 am
জীৱনশৈলী

বাইকতকৈও সস্তা : মাত্ৰ ৮০ হাজাৰ টকাত বাজাজে আনিছে নতুন গাড়ী

বাইকৰ দামতে এতিয়া আপুনি কিনিব পাৰিব চাৰিচকীয়া গাড়ী! মধ্যবিত্তৰ সপোন পূৰণ কৰিবলৈ বাজাজে বজাৰলৈ আনিছে মাত্ৰ ৮০ হাজাৰ টকীয়া এখন বিশেষ গাড়ী।…

এন ই নাও নিউজ, গুৱাহাটী · February 15, 2026 6:45 am