Author: এন ই নাও নিউজ, গুৱাহাটী
বাইকতকৈও সস্তা : মাত্ৰ ৮০ হাজাৰ টকাত বাজাজে আনিছে নতুন গাড়ী
বাইকৰ দামতে এতিয়া আপুনি কিনিব পাৰিব চাৰিচকীয়া গাড়ী! মধ্যবিত্তৰ সপোন পূৰণ কৰিবলৈ বাজাজে বজাৰলৈ আনিছে মাত্ৰ ৮০ হাজাৰ টকীয়া এখন বিশেষ গাড়ী।…
লখিমপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বিজেপিৰ কৰ্মী-সমৰ্থকৰ বাধা
মাটিচোৰ হায় হায়, গৰুচোৰ হায় হায় শ্ল’গানেৰে উত্তাল হৈ পৰিল লখিমপুৰৰ ৰাজপথ৷ গৌৰৱ গগৈৰ নেতৃত্বত চলি থকা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা’ আজি লখিমপুৰ…
বেংগালুৰুত কৰ্মৰত অসমৰ যুৱকৰ কৰুণ মৃত্যু
কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা অসমৰ আন এজন যুৱকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। বাংগালুৰুৰ এটা উদ্যোগত কাম…
বি এন পিৰ ঐতিহাসিক বিজয়: তাৰিক ৰহমানৰ “বাংলাদেশ প্ৰথম” নীতি
বাংলাদেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) অভূতপূৰ্ব বিজয়ৰ পাছত দেশখনৰ ভৱিষ্যৎ বৈদেশিক নীতি আৰু ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত…
যোৱা দহ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত ৰাজকোষৰ ৭৬২ কোটি টকা ব্যয়
২০১৫ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ খৰচৰ সম্পৰ্কত শেহতীয়াকৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লোকসভাত এক গুৰুত্বপূৰ্ণ তথ্য…
সংসদত বিস্ফোৰক তথ্য: ১০ বছৰত ন্যায়াধীশৰ বিৰুদ্ধে ৮,৬৩০ টা অভিযোগ দাখিল
বিগত এটা দশকত ভাৰতীয় ন্যায়পালিকাৰ স্বচ্ছতা আৰু উত্তৰদায়ীত্বক লৈ এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিধি আৰু ন্যায় মন্ত্ৰালয়ে যোৱা ১৩ ফেব্ৰুৱাৰী,…
প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল নাৰৱানেৰ গ্ৰন্থ বিতৰ্কৰ মাজতে চৰকাৰৰ কঠোৰ পদক্ষেপ: অৱসৰৰ ২০ বছৰলৈ কিতাপ লিখাত আহিব পাৰে নিষেধাজ্ঞা
প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুন্দ নাৰৱনেৰ অপ্ৰকাশিত গ্ৰন্থ ‘ফোৰ ষ্টাৰছ অৱ ডেষ্টিনী’ক লৈ সৃষ্টি হোৱা তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক…
বৈধ অনুমতি অবিহনেই আকাশত ৮ বাৰকৈ উৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, এক কোটি টকাৰ জৰিমনা বিহা হ’ল বিমান সংস্থাটোক
বৈধ শংসাপত্ৰ অবিহনেই যাত্ৰীবাহী বিমান চলাচল কৰাৰ গুৰুতৰ অভিযোগত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্বন চমুকৈ…
ভেনিজুৱেলাৰ পৰা পোনপটীয়াকৈ খাৰুৱা তেল ক্ৰয় কৰিবলৈ আমেৰিকাৰ অনুমতি লাভ কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে
উদ্যোগপতি মুকেশ আম্বানীৰ নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে আমেৰিকাৰ পৰা এক বিশেষ সাধাৰণ অনুজ্ঞাপত্ৰ লাভ কৰিছে। ইয়াৰ ফলত এতিয়াৰে পৰা কোম্পানীটোৱে কোনো ধৰণৰ…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ভিডিঅ’ গোচৰ: ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত শুনানি
উচ্চতম ন্যায়ালয়ে অহা ১৬ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল হোৱা কেবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এটা বিশেষ সম্প্ৰদায়ৰ লোকক…