Author: এন ই নাও নিউজ, গুৱাহাটী
ঘৰুৱা শ্ৰমিকৰ ন্যূনতম মজুৰি: উচ্চতম ন্যায়ালয়ৰ মন্তব্যক লৈ অৰ্থনীতিবিদ অৰুণ কুমাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া
যোৱা জানুৱাৰী মাহৰ শেষ সপ্তাহত উচ্চতম ন্যায়ালয়ে ঘৰুৱা শ্ৰমিকৰ ন্যূনতম মজুৰি সন্দৰ্ভত দাখিল কৰা এখন জনহিতকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ…
গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, গগৈৰ পৰিয়ালৰ…
প্ৰাক্তন সেনা প্রধানৰ কিতাপক লৈ সংসদত উত্তপ্ত পৰিস্থিতি: দেশৰ সুৰক্ষাক লৈ উত্থাপন হৈছে চাৰিটা গুৰুতৰ প্ৰশ্ন
বৰ্তমান চলি থকা সংসদৰ বাজেট অধিবেশনত প্ৰাক্তন সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানেৰ আত্মজীৱনী ‘ফোৰ ষ্টাৰছ অৱ ডেষ্টিনি’ক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি…
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা চৰকাৰী কৰ্মচাৰীয়ে পাব দুদিনৰ বিশেষ ছুটী
অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক সুখবৰ প্ৰকাশ পাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আসন্ন ৯৫সংখ্যক বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ৬ আৰু…
বঢ়মপুৰত মিত্ৰদলৰ যুদ্ধংদেহী মনোভাব: মণিমাধৱ মহন্তৰ দাবীক লৈ বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিক্ৰিয়া
এসময়ৰ আঞ্চলিকতাবাদৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত বঢ়মপুৰ বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি দুই মিত্ৰদল বিজেপি আৰু অগপৰ মাজত সংঘাত এতিয়া তুংগত। বিগত ২০২১…
বিশ্বপ্ৰসিদ্ধ সংবাদগোষ্ঠী ৱাশ্বিংটন পোষ্টৰ পৰা শশী থাৰুৰৰ পুত্ৰ ঈশানসহ ৩০০ কৰ্মচাৰীক বিদায়
ৱাশ্বিংটন পোষ্ট সংবাদ গোষ্ঠীয়ে শেহতীয়াকৈ এক তৃতীয়াংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এই ব্যাপক কৰ্তনৰ ফলত কাকতখনৰ ক্ৰীড়া বিভাগ, কেইবাটাও বিদেশী ব্যুৰো…
১৫ বছৰীয়া কিশোৰীৰ সৈতে সময় কটাবলৈ এপষ্টেইনক নিমন্ত্ৰণ: প্ৰাক্তন প্ৰেমিকাৰ বিস্ফোৰক ইমেইল
যৌন অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা আমেৰিকাৰ বিতৰ্কিত কোটিপতি জেফ্ৰি এপষ্টেইনৰ নতুনকৈ পোহৰলৈ অহা কেতবোৰ নথি-পত্ৰই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমেৰিকাৰ…
যোৱা ছবছৰত ৫০০০ৰো অধিক লোকৰ বিৰুদ্ধে ইডিৰ তদন্ত: দোষী সাব্যস্ত হোৱাৰ হাৰ ৯৪ শতাংশ বুলি সংসদত তথ্য প্ৰদান
দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সক্ৰিয়তাক লৈ শেহতীয়াকৈ সংসদত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। বিৰোধী দলসমূহে…
বেছিকৈ খাইও ওজন কমাব পৰা কেইটামান সহজ উপায়
আমাৰ শৰীৰটোক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখিবলৈ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। বৰ্তমান সময়ত অধিকাংশ লোকে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য আৰু চেনী খোৱাটো…
পেলষ্টাইনৰ সমৰ্থনত ষ্টীকাৰ লগোৱা ব্ৰিটিছ নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ
ৰাজস্থানৰ আজমেৰত ফুৰিবলৈ আহি এতিয়া তীব্ৰ বিপদৰ সন্মুখীন হৈছে দুজন ব্ৰিটিছ নাগৰিক। পৰ্যটন ভিছা লৈ ভাৰতলৈ অহা এই বিদেশী নাগৰিক দুজনে ৰাজহুৱা…