Author: এন ই নাও নিউজ, গুৱাহাটী
ঘৰৰ ভিতৰত খালী ভৰিৰে ঘূৰি ফুৰে নাকি? সাৱধান; নহ’লে হ’ব পাৰে মাৰাত্মক বিপদ
ঘৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে আমি প্ৰায়েই বাহিৰৰ জোতা-চেণ্ডেল দুৱাৰমুখতে খুলি থৈ ভিতৰলৈ যাওঁ। বহুতে আকৌ ঘৰৰ ভিতৰত খালী ভৰিৰে খোজ কাঢ়িবলৈ…
মাণিক নগৰত গণৰাজ্য দিৱস উদযাপন: সংগীতানুৰাগী শিক্ষাৰ্থীক বাদ্যযন্ত্ৰ বিতৰণ হায়াত হস্পিটেলৰ
দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আজি হায়াত হস্পিটেলৰ সহযোগত মহানগৰীৰ মাণিক নগৰ উন্নয়ন সমিতিয়ে এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰে।…
অৰুণাচলত আছাম ৰাইফলছৰ শিবিৰত উগ্ৰপন্থীৰ আক্ৰমণ: আলফা (স্বা) আৰু এন এছ চি এন (কে-ৱাই এ)ৰ ওপৰত সন্দেহ
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আজি গণতন্ত্ৰ দিৱসৰ উলাহৰ মাজতে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দেশজুৰি চলি থকা কটকটীয়া নিৰাপত্তাৰ মাজতে আজি পুৱা…
১.৭ লাখ ঘোষিত বিদেশীৰ ভিতৰত মাত্ৰ ৪৬৭ জনকহে প্ৰত্যাৰ্পণ: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰি ৰাজ্যখনৰ বিদেশী সমস্যা সন্দৰ্ভত এক চাঞ্চল্যৰ তথ্য সদৰী কৰিছে। গুৱাহাটীত আয়োজিত ৰাজ্যৰ…
ছত্তীসগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ: ধাৰাবাহিক বিস্ফোৰণত আহত ১১ জন নিৰাপত্তাৰক্ষী জোৱান
ছত্তীসগড়ৰ বিজাপুৰ জিলাত মাওবাদী দমন অভিযানৰ সময়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন পাহাৰীয়া হাবিৰ মাজত এটাৰ পিছত এটাকৈ হোৱা মুঠ ৬…
হাতী-মানুহৰ সংঘাত ৰোধৰ অনন্য নিদৰ্শন: তিনিচুকীয়াত চিনাক্ত হ’ল ৮টা পৰম্পৰাগত হাতী অহা-যোৱা কৰা পথ
হাতী-মানুহৰ বৰ্ধিত সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে উজনি অসমৰ তিনিচুকীয়া জিলাৰ তৰণী সংৰক্ষিত বনাঞ্চলত এক বিশেষ জন-অংশগ্ৰহণমূলক পদক্ষেপ গ্ৰহণ কৰিছে। দেওবাৰে বনাঞ্চলখনৰ মাজেৰে…
অপাৰেচন সিন্দুৰত ১০০ শতাংশ আকাশ আছিল ভাৰতৰ দখলত : চুইছ গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য
যোৱা বৰ্ষৰ মে মাহত ভাৰতে চলোৱা অপাৰেচন সিন্দুৰ অভিযানে দক্ষিণ এছিয়াৰ আকাশী যুদ্ধৰ ভাৰসাম্য সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। চুইজাৰলেণ্ডৰ এটা আগশাৰীৰ সামৰিক…
শ্বেখ হাছিনাৰ সংবাদমেলক লৈ ঢাকাৰ তীব্ৰ আপত্তি: ভাৰত-বাংলাদেশৰ সম্পৰ্কত পুনৰ তিক্ততা
ভাৰতত নিৰ্বাসিত হৈ থকা বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ২৩ জানুৱাৰী, শুকুৰবাৰে দিল্লীত আয়োজন কৰা সংবাদমেলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে…
খেলপথাৰত বন্দুকধাৰীৰ তান্ডৱ: গুলীচালনাত ১১ জনৰ মৃত্যু, আহত ১২
মধ্য মেক্সিকোৰ ছালামংকা চহৰৰ এখন ফুটবল খেলপথাৰত দেওবাৰে এক ভয়াৱহ গুলীচালনাৰ ঘটনা সংঘটিত হয়। কোনো উচতনি নোহোৱাকৈ বন্দুকধাৰীয়ে চলোৱা এই আক্ৰমণত কমেও…
তাজমহলত ত্ৰিৰংগা উৰুৱাই ৰাষ্ট্ৰগান গালে হিন্দু মহাসভাই: ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তদন্তৰ নিৰ্দেশ
গণতন্ত্ৰ দিৱসৰ দিনাই বিশ্ববিখ্যাত কীৰ্তিচিহ্ন তাজমহলৰ চৌহদত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তাজমহলৰ নিৰাপত্তা বেষ্টনী অতিক্ৰমি একাংশ লোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ…