NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

২০২৬-ত বিজেপিক উৎখাতৰ লক্ষ্য; কংগ্ৰেছক নিৰ্বাচনী মিত্ৰতাৰ উদ্যোগ ল’বলৈ আহ্বান চাৰি বাঁও দলৰ

আজি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত ৰাজ্যৰ চাৰিটা বাঁও দলৰ ৰাজ্যিক নেতৃবৃন্দৰ এখন যৌথ সভা অনুষ্ঠিত হয়। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 9:40 pm
আন্ত: ৰাষ্ট্ৰীয়

ভাৰতীয় সাংবাদিকতাৰ এটা যুগৰ অন্ত: কিংবদন্তি সাংবাদিক মাৰ্ক টুলিৰ দেহাৱসান

ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচনৰ (BBC) ভাৰতীয় উপ-মহাদেশৰ শক্তিশালী কণ্ঠ তথা দেশৰ অন্যতম সন্মানীয় বিদেশী সাংবাদিক মাৰ্ক টুলিৰ ৯০ বছৰ বয়সত দেহাৱসান ঘটে। দিল্লীক…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 9:30 pm
Popular Stories

চাহ বাগানৰ দুশ বছৰীয়া জয়ন্তী: ৮৪ লাখৰ তোৰণ আৰু ৫ হাজাৰ টকীয়া চেক; কিন্তু দৰমহা আৰু মৰ্যাদাৰ কি হ’ব?

কুঁৱলী আৱৰা এটা দেওবাৰৰ পুৱা। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামদাং বাইপাছ পথাৰৰ দিশে খোজ লৈছে ৪১ বছৰীয়া মাংৰীয়ে। লগত তেওঁৰ বোৱাৰী দুখিয়া আৰু…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 8:54 pm
Popular Stories

ঐক্যবদ্ধভাৱে এই আগ্ৰাসন প্ৰতিহত কৰিব লাগিব: অসম নাগৰিক সন্মিলন

অসমৰ বৰ্তমানৰ নিৰ্বাচনকালীন পৰিস্থিতিত সহমত প্ৰকাশ কৰা কেইবাটাও নাগৰিক সংগঠনক একত্ৰিত কৰি ‘অসম নাগৰিক সন্মিলন’ৰ জন্ম দিয়া হৈছিল। বহুতেই প্ৰশ্ন কৰে যে…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 7:40 pm
Popular Stories

নদীৰ বুকুত প্লাষ্টিকৰ দ’ম, পাৰত বিলাসী তোৰণ: ডুমডুমাত উন্নয়নৰ ফোপোলা স্বৰূপ!

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নদীৰ দক্ষিণ পাৰত ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এক বিশাল আদৰণি…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 6:12 pm
Popular Stories

জানুৱাৰীৰ শেষত একেৰাহে তিনিদিন বন্ধ থাকিব পাৰে বেংক: জানক সবিশেষ

জানুৱাৰী মাহৰ শেষ সপ্তাহত দেশজুৰি বেংক সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা দেখা দিছে। গণতন্ত্ৰ দিৱসৰ লগতে সাপ্তাহিক বন্ধ আৰু বেংক কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ ফলত…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 5:42 pm
Popular Stories

ন্যায়িক স্বতন্ত্ৰতাত কাৰ্যপালিকাৰ হস্তক্ষেপ অশুভ লক্ষণ: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতীয় ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত এক বলিষ্ঠ স্থিতি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই শেহতীয়াকৈ কাৰ্যপালিকাৰ হস্তক্ষেপক লৈ গভীৰ উদ্বেগ প্ৰকাশ…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 3:16 pm
অসম

বাংলাদেশত আন এক ভয়ানক ঘটনা; শুই থকা অৱস্থাত সংখ্যালঘু যুৱকক জীৱন্তে জ্বলাই হত্যা

পুনৰ বাংলাদেশত সংখ্যালঘু যুৱকক জ্বলাই হত্যা কৰাৰ অভিযোগ উঠিছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে নাৰ্চিংডিত। অভিযোগ অনুসৰি শুকুৰবাৰে (২৩ জানুৱাৰী) গভীৰ নিশা…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 1:35 pm
অসম

আইচিইৰ এজেণ্টৰ গুলীত নিহত দেশৰ নাগৰিক এলেক্স প্ৰিটি; আমেৰিকাত তীব্ৰ প্ৰতিবাদ, গৰিহণাৰ জোৱাৰ

আমেৰিকাৰ মিনিয়াপলিছত প্ৰব্ৰজন আইন বলবৎকাৰী ফেডাৰেল সংস্থা আইচিই এজেণ্টে এজন আমেৰিকান নাগৰিকক গুলীয়াই হত্যা কৰাৰ পিছত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। স্থানীয় নেতাসকলে…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 12:48 pm
অসম

নিৰাপত্তাজনিত উদ্বেগ, গোপনে বাংলাদেশ এৰিলে বিদ্যুৎ প্ৰকল্পৰ ৯ ভাৰতীয় অভিযন্তাই

নিৰাপত্তাহীনতাত ভূগি বাংলাদেশৰ পৰা গোপনে দেশলৈ উভতি আহিছে ৯ জন ভাৰতীয় অভিযন্তা। বাংলাদেশৰ বাগেৰহাটত ৰামপাল বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কামত জড়িত হৈ আছিল…

এন ই নাও নিউজ, গুৱাহাটী · January 25, 2026 11:38 am