Author: এন ই নাও নিউজ, গুৱাহাটী
কি হৈছে মানুহবোৰৰ? প্ৰচণ্ড শীতত অন্তৰ্বাস পৰিধান কৰি ৰে’ল যাত্ৰা শতাধিক যাত্ৰীৰ
এই শীতৰ মাজতেই লণ্ডনৰ আণ্ডাৰগ্ৰাউণ্ড ৰেলত দেওবাৰে বিয়লি এক আচৰিত দৃশ্য দেখা গ’ল। শ শ লোকে পেণ্ট বা ট্ৰাউজাৰ অবিহনেই কেৱল অন্তৰ্বাসেৰে…
সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ হিমন্ত বিশ্ব এণ্ড কোম্পানী উঠি-পৰি লাগিছে : গৌৰৱ গগৈ
‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। ৬ জনগোষ্ঠীৰ…
SIR ৰ যাদু : মুছলমান ব্যক্তিৰ ঘৰত ওলাল হিন্দু ভোটাৰ
উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ পাহাচু নগৰ পঞ্চায়তত নিৰ্বাচন আয়োগৰ বিশেষ ভোটাৰ তালিকা সংশোধন অভিযানক লৈ এক চৰম বিভ্ৰান্তিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰকাশ…
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আৰু পৰিয়ালৰ শেহতীয়া স্থিতি সম্পৰ্কে গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক লৈ এতিয়াও সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ বিৰাজ কৰি আছে। ইয়াৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা…
ইৰানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ আগে আগে ৰক্ষা পৰিল ইণ্ডিগ’ৰ বিমান: কেনেকৈ দিল্লীত সুৰক্ষিতভাৱে অৱতৰণ কৰিলে এই যাত্ৰীবাহী বিমানে?
ইৰানত বৰ্তমান পৰিস্থিতি অতিশয় জটিল হৈ পৰিছে আৰু দেশখনে নিজৰ আকাশমাৰ্গ সাময়িকভাৱে বন্ধ কৰি দিছে। ইৰানৰ এই সিদ্ধান্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো…
পুৱা ৬:৩০ বজাৰ পৰা তালাচী, ১১:৩০ বজাত আৰক্ষীলৈ ইমেইল! উচ্চতম ন্যায়ালয়ত ইডিৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন তৃণমূলৰ
এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে শেহতীয়াকৈ আই-পেকৰ নেতা প্ৰতীক জৈনৰ বাসগৃহ আৰু কাৰ্যালয়ত চলোৱা তালাচী অভিযানক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক তথা আইনী তৰ্কৰ…
আইপেক গোচৰত উত্তাল ৰাজনীতি: ডিজিপি ৰাজীৱ কুমাৰক নিলম্বনৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ইডি
আইপেকৰ মুৰব্বী প্ৰতীক জৈনৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলোৱাৰ সময়ত বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যিক আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে।…
চৰকাৰক প্ৰশ্ন কৰাই হ’ল কাল! ১৪ বছৰীয়া দলিত কিশোৰ অশ্বমিত গৌতমৰ বিৰুদ্ধে গোচৰ
চৰকাৰৰ বিফলতাক প্ৰশ্ন কৰাই কাল হ’ল নেকি উত্তৰ প্ৰদেশৰ দলিত যুৱক অশ্বমিত গৌতমৰ বাবে? বৰ্তমান সময়ত এই প্ৰশ্নটোৱেই সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু…
মণিপুৰত শান্তি ঘূৰাই আনিবলৈ চৰকাৰৰ কঠোৰ পদক্ষেপ, বিদ্ৰোহী সংগঠনক নিয়ম মানিবলৈ সকীয়নি
মণিপুৰত শান্তি আৰু স্থিৰতা বজাই ৰখাৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা…
আধাৰ কাৰ্ড জন্মৰ প্ৰমাণ নহয়: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ দেশত এক নতুন বিতৰ্কই গা কৰি উঠিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি…