NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

দেশ

মোদীৰ বৰাণসীত জংঘলৰাজ : কৰ্তব্যৰত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ গালত চৰ মাৰিলে বিজেপি কাউঞ্চিলৰৰ পুত্ৰই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বৰাণসীত এজন কৰ্তব্যৰত আৰক্ষী উপ-পৰিদৰ্শকক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত হিমাংশু…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 9:45 pm
দেশ

খাদ্যত বিষক্ৰিয়া! মধ্যপ্ৰদেশত ২০০ ৰো অধিক ভাটৌৰ কৰুণ মৃত্যু

মধ্যপ্ৰদেশৰ খাৰগোন জিলাত নৰ্মদা নদীৰ পাৰত ৰহস্যজনকভাৱে একেলগে প্ৰায় ২০০টা ভাটৌ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 8:45 pm
অসম

গৰিমা শইকীয়াৰ সংবাদমেল : জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে বিশেষ ন্যাস গঠন, সাংস্কৃতিক আৰু সামাজিক কামৰ বাবে অপৰ্ণ কৰিলে খাৰঘূলিৰ ঘৰ

জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু আদৰ্শক আগুৱাই নিয়াৰ লক্ষ্যৰে জুবিন গাৰ্গ ন্যাস গঠনৰ কথা ঘোষণা কৰিছে তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলে। শুকুৰবাৰে এখন…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 7:50 pm
শীর্ষ সংবাদ

সুস্থ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ ঘটনা : এইমছ আৰু আই চি এম আৰৰ গৱেষণাত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ ছবি

যুৱ প্ৰজন্মৰ মাজত হঠাতে বৃদ্ধি পোৱা অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সে চমুকৈ এইমছে শেহতীয়াকৈ…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 6:55 pm
দেশ

“বায়ু প্ৰদূষণৰ লগত হাওঁফাওঁ ৰোগৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই” : কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধনক উভটি ধৰিলে চিকিৎসক-বিশেষজ্ঞই

প্ৰদূষিত বায়ু আৰু হাওঁফাওঁৰ ৰোগৰ মাজত কোনো পোনপটীয়া সম্পৰ্ক নাই বুলি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা এক মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 5:48 pm
চাকৰি

২.৫ কোটি টকাৰ পেকেজ : চাকৰিৰ বজাৰত ইতিহাস সৃষ্টি কৰিলে আই আই টি হাইদৰাবাদৰ ছাত্ৰই

চাকৰিৰ বজাৰৰ মন্দাৱস্থাৰ মাজতেই অভাবনীয় সাফল্য অর্জন কৰি ইতিহাস সৃষ্টি কৰিলে আইআইটি হায়দৰাবাদৰ এজন ছাত্ৰই। প্ৰতিষ্ঠানখনৰ কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ চূড়ান্ত…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 5:15 pm
অসম

জনসাধাৰণৰ ব্যাপক সঁহাৰি : ৩ জানুৱাৰীৰ পৰা ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তৃণমূল পৰ্যায়ত জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অহা ৩ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 3:59 pm
Popular Stories

ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ প্ৰভাৱ: ধাৰাশায়ী আইটিচি আৰু গডফ্ৰে ফিলিপছৰ শ্বেয়াৰ

কেন্দ্ৰীয় চৰকাৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে দেশৰ শ্বেয়াৰ বজাৰত ইয়াৰ তীব্ৰ প্ৰভাৱ পৰা দেখা গৈছে।…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 3:47 pm
অসম

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন ২০২৫ : অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত চূড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা

অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ‘A for Assam’ লক্ষ্য স্থিৰ কৰিছে যদিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI)…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 2:58 pm
অসম

নৱবৰ্ষত ঘৰলৈ ফোন কৰি মাতি আনি কাটি পেলালে প্ৰেমিকৰ গোপন অংগ; পলাতক অভিযুক্ত মহিলা

মুম্বাইৰ পৰা এক অদ্ভুত আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দুটি সন্তানৰ মাতৃ ২৫ বছৰীয়া এগৰাকী মহিলাৰ বিৰুদ্ধে প্ৰেমিকৰ গোপন অংগত চোকা অস্ত্ৰৰে…

এন ই নাও নিউজ, গুৱাহাটী · January 2, 2026 1:35 pm