Author: এন ই নাও নিউজ, গুৱাহাটী
বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকাত দিব লাগিব: কটাক্ষ অখিল গগৈৰ
বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। সোমবাৰে…
বেডমিন্টন খেলি থকা অৱস্থাতে অসমৰ চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু
মিজোৰামৰ ভাইৰেংটীত থকা চিআৰপিএফ কেম্পত বেডমিন্টন খেলি থকা অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ অসমৰ কাছাৰ জিলাৰ এজন জোৱানৰ আকস্মিক মৃত্যু ঘটে। মৃত জোৱানজনক…
বহীত লিখা আছিল ‘Sorry Everyone’: কানপুৰ আইআইটিৰ হোষ্টেলত বিটেক ছাত্ৰৰ ৰহস্যজনক মৃত্যু
উত্তৰ প্ৰদেশৰ কানপুৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (IIT Kanpur) চৌহদত বিটেক চতুৰ্থ বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি…
ছত্তীশগড়ৰ কয়লা খনি বিৰোধী প্ৰতিবাদে ধাৰণ কৰিলে ভয়ংকৰ ৰূপ, ৰাজহুৱা শুনানিৰ ফলাফল বাতিল
ছত্তীশগড়ৰ ৰায়গড় জিলাৰ তামনাৰ ব্লকত কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে স্থানীয় গাঁওবাসীয়ে সাব্যস্ত কৰা প্ৰতিবাদে শেহতীয়াকৈ এক হিংসাত্মক ৰূপ ধাৰণ কৰিছে। বিগত ১২…
বাদ পৰা নাই অসমো! ২০২৫ বৰ্ষত শিক্ষানুষ্ঠানত সংঘটিত এলানি জঘন্য যৌন নিৰ্যাতনৰ ঘটনা
চৰকাৰে মহিলাৰ শিক্ষা তথা সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে, বিশেষকৈ চৰকাৰৰ ‘বেটি বচাও বেটি পঢ়াও’ অভিযান। দেশৰ প্ৰান্তে প্ৰান্তে ইয়াৰ বিজ্ঞাপন…
ত্ৰিপুৰাৰ ছাত্ৰক হত্যা, ডেৰাডুন জিলা দণ্ডাধীশ আৰু আৰক্ষীলৈ জাননী ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ
বৰ্ণ বিদ্বেষৰ বলি হৈ ডেৰাডুনত মৃত্যু হয় ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ। গণ প্ৰহাৰৰ উপৰিও এদল দুষ্কৃতিকাৰীয়ে তেওঁক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ…
খালেদাৰ মৃত্যুত শোক প্ৰকাশ কৰি পুত্ৰ তাৰিকক সমবেদনা জনালে হাছিনাই; সুঁৱৰিলে বিএনপি নেত্ৰীৰ অৱদান
বিএনপিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যুত সেই দেশৰ আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গভীৰ শোক প্ৰকাশ কৰিছে। শোক…
তামিলনাডুত প্ৰব্ৰজিত শ্ৰমিকক দাৰে আক্ৰমণ চাৰি কিশোৰৰ: সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
তামিলনাডুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চাৰিজন কিশোৰে এজন প্ৰব্ৰজিত শ্ৰমিকক দাৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। চেন্নাইৰ সমীপত এখন উপনগৰীয় ৰে’লত…
আমেৰিকাত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ২ ভাৰতীয় ছাত্ৰীৰ; মৃতদেহ ঘূৰাই আনিবলৈ কেন্দ্ৰক আহ্বান পৰিয়ালৰ
তেলেংগানাৰ দুগৰাকী যুৱতীয়ে সফল আৰু আৰামদায়ক জীৱনৰ সন্ধানত সুদূৰ আমেৰিকালৈ গৈছিল। কিন্তু তাতেই তেওঁলোকে কৰুণভাৱে প্ৰাণ হেৰুৱালে। স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা…
গাঁৱে গাঁৱে ১০০ শতাংশ বিদ্যুৎ? কোটি কোটি টকাৰ দুৰ্নীতি, কেগৰ প্ৰতিবেদনত ফাদিল মোডী চৰকাৰৰ স্বৰূপ
সমগ্ৰ দেশৰ বিশেষকৈ গ্ৰামাঞ্চলৰ প্ৰতিটো ঘৰতে উপযুক্ত বিদ্যুৎ সেৱা প্ৰদান কৰিবলৈ কেন্দ্ৰই প্ৰধানমন্ত্ৰীৰ ‘সহজ বিজলী হৰ ঘৰ যোজনা’ বা ‘সৌভাগ্য’ আঁচনি আনিছিল।…