Author: এন ই নাও নিউজ, গুৱাহাটী
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ
দক্ষিণ কামৰূপৰ আজাৰা-পলাশবাৰী অঞ্চলৰ কৃষিভূমি, বনভূমি আৰু পুৰণি জনবসতিপূৰ্ণ এলেকা অধিগ্ৰহণ কৰি চৰকাৰে পৰিকল্পনা কৰা ‘এৰ’চিটি’, ‘চেটেলাইট টাউনশ্বিপ’ আৰু ‘উকিয়াম নদী বান্ধ’…
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা
বিগত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহলগামত ২৬ জন অসামৰিক লোকৰ প্ৰাণহানি ঘটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হিচাপে লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছৈয়দক…
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল
গুৱাহাটী মহানগৰীৰ উদ্যান আৰু ৰাজহুৱা স্থানসমূহৰ বাবে অসম চৰকাৰে ঘোষণা কৰা সংশোধিত প্ৰৱেশ মাচুলৰ নিয়ম আজি ৫ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে।…
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণ কৰিবলৈ চৰকাৰে এখন কেন্দ্ৰীয় উপদেষ্টা মণ্ডলী গঠন কৰাৰ পৰিকল্পনা কৰিছে। এই নতুন মজুৰি আইনগতভাৱে…
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী
জুলাই ১০ তাৰিখে অসম বিধানসভাত দাখিল হ‘বলগীয়া ৰাজ্যিক বাজেটখনে চৰকাৰৰ আগন্তুক পাঁচ বছৰীয়া অৰ্থনৈতিক দৃষ্টিভংগীৰ এক স্পষ্ট ৰূপৰেখা দাঙি ধৰিব বুলি ৫…
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ
পাকিস্তান অধিকৃত কাশ্মীৰত পুনৰ অশান্তি বৃদ্ধি পাইছে। পাকিস্তানী সেনাৰ অত্যাচাৰৰ বাবে সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। আনকি ৬০০ৰো অধিক মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ…
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে
১৬ বছৰ পূৰ্বে আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামতে ব্ৰাজিলৰ জাৰ্চিত নেইমাৰৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটিছিল। দেওবাৰে নিশা সেই খেলপথাৰতে তেওঁৰ ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ…
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ
নেৰানেপেৰা বৰষুণৰ বাবে বিপৰ্যস্ত মুম্বাই। বৰষুণৰ ফলত একাধিক দুৰ্ঘটনাত এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, লোহাগড় দুৰ্গৰ…
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে
মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়াম অন্যতম শক্তিশালী ষ্টেডিয়াম। ইয়াৰ এটা কাৰণ অৱশ্যেই ইয়াৰ উচ্চতা। আৰু আন এটা কাৰণ হ’ল মেক্সিকান অনুৰাগীসকল। এই সকলোবোৰৰ…
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ
ছচিয়েল মিডিয়াত জ্বলি উঠিছিল ক্ষোভৰ জুই। এইবাৰ দেশৰ গাড়ীচালকসকলে মুকলিকৈ ৰাজপথলৈ ওলাই আহি ইথানল মিহলি পেট্ৰ’ল বা ‘ই২০ ফিউৱেল’ৰ বাবে তেওঁলোকৰ গাড়ী…