Author: এন ই নাউ নিউজ, গুৱাহাটী
সোণম ৱাংচুকৰ ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ক শীঘ্ৰেই ইউজিচিৰ স্বীকৃতি প্ৰদানৰ আহ্বান: সংসদীয় গোটৰ প্ৰতিবেদনত
লাডাখৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকে প্ৰতিষ্ঠা কৰা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ (HIAL) ক এক সংসদীয় গোটে ভূয়সী প্ৰশংসা কৰিছে। শিক্ষানুষ্ঠানখনৰ…
শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিয়াৰ ষড়যন্ত্ৰ; অভাৱনীয়ভাৱে বৃদ্ধি পাব বিদ্যুৎ মাচুল
দেশৰ শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিবলৈ ষড়যন্ত্ৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। গুৰুতৰ অভিযোগ তুলিছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। সন্থাৰ মতে, বিদ্যুৎ আইন…
ছিডনীত ভয়ংকৰ গণ গুলীচালনা: ১০ জনৰ মৃত্যু
অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বণ্ডি বিচত অনুষ্ঠিত হৈ থকা ইহুদী হানুকাহ উৎসৱৰ সময়তে এই ঘটনা ঘটে। প্ৰাথমিক…
বন্যহস্তীৰ আক্ৰমণ: চন্দ্ৰপুৰৰ পানবাৰীত দুখন বাহনৰ বিস্তৰ ক্ষতি
গুৱাহাটীৰ চন্দ্ৰপুৰৰ পানবাৰী এলেকাত দেওবাৰে বনৰীয়া হাতীৰ আক্ৰমণত দুখনকৈ বাহনৰ বিস্তৰ ক্ষতি হয়। চন্দ্ৰপুৰ–ডিগাৰু পথৰে গৈ থকা এখন ইটা কঢ়িওৱা ট্ৰাক আৰু…
ইউ আই গ্ৰীণমেট্ৰিক ৰেংকিং ২০২৫: দেশৰ ভিতৰতে পঞ্চম স্থানত এনআইটি শিলচৰ
বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেছনেল ইনষ্টিটিউট অৱ টেকন‘লজী শিলচৰে পুনৰবাৰ নিজৰ অগ্ৰণী ভূমিকা প্ৰমাণ কৰিলে। সেউজ আন্তঃগাঁথনি, সৌৰ শক্তি আৰু বহনক্ষম উন্নয়নৰ বাবে…
নাগৰিকত্ব সংশোধনী আইনৰ অধীনত পুনৰ দুই হিন্দু বাংলাদেশীয়ে অসমত লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব
শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ অধীনত দুগৰাকী বাংলাদেশী হিন্দু ব্যক্তিক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰে এগৰাকী মহিলাই বৰাকত বিবাহসূত্ৰে ভাৰতীয়…
‘উন্নয়নে ধুলি উৰুৱাই নিব’, দিল্লীৰ প্ৰদূষণৰ বাবে ঘৰত পৰ্দা লগোৱাৰ পৰামৰ্শ বাবা ৰামদেৱৰ
কৰোনাৰ পৰা কেন্সাৰৰ ঔষধলৈকে যিকোনো সমস্যাৰ ‘কঠিন সমাধান‘ হিচাপে পৰিচিত যোগগুৰু বাবা ৰামদেৱে পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে, এইবাৰ দিল্লীৰ ভয়ংকৰ বায়ু…
মুছলমান হোৱাই কাল হ’ল: গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন ব্যৱসায়ীয়ে
বিহাৰত পুনৰ পোহৰলৈ আহিছে মব্ লিঞ্চিংৰ ঘটনা। নৱাদা জিলাত এজন বস্ত্ৰ ব্যৱসায়ীক ধৰ্মীয় পৰিচয় নিশ্চিত কৰাৰ পিছত জনতাই নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা…
জুবিন গাৰ্গৰ সৈতে কৰা পডকাষ্টৰ পৰা উপাৰ্জিত ধন সাংস্কৃতিক জগতত খৰচ কৰা হ’ব : ঘোষণা ৰীতা চৌধুৰীৰ
প্ৰসিদ্ধ লেখিকা আৰু ঔপন্যাসিক ড° ৰীতা চৌধুৰীয়ে আগন্তুক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ, ২০২৬ সন্দৰ্ভত পানবজাৰত এখন সংবাদমেল সম্বোধন কৰে। এই উৎসৱ অহা ৬ৰ…
আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা বিজেপি নেত্ৰীলৈকে! বাওঁ দুৰ্গ ধ্বংস কৰি তিৰুৱনন্তপুৰমৰ মেয়ৰ হ’ল শ্ৰীলেখা
চাৰি দশক ধৰি বাওঁপন্থীৰ দুৰ্গ হিচাপে থকা তিৰুৱনন্তপুৰম পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে এই ঘটনাক কেৰালাৰ…